22/09/2025
আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অহাকালি অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তথা প্ৰয়াত প্ৰিয় শিল্পী গৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে চাপৰৰ বিভিন্ন দল সংগঠনে অহাকালি ২৩ চেপ্তেম্বৰ তাৰিখে চাপৰ বজাৰ ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ যি বন্ধৰ ঘোষণা কৰিছে। সেই বন্ধক আমি চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ ফালৰ পৰা নৈতিক সমৰ্থন আগবঢ়োৱা হৈছে।