My Page

My Page Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from My Page, Digital creator, Dhubri, Dhubri.

04/06/2023

ধুবুৰী জিলাৰ তামাৰহাট গুমা ফেৰী ঘাটত অঘটণ। নাওঁৰ পৰা চাৰিজনকৈ যাত্ৰী পানীত পৰাৰ লগতে দুখন ই-ৰিক্সাও পানীত পৰে।

29/05/2023

অসম-বংগ সীমান্তৰ পলাশগুড়ী জিয়াডাঙ্গাৰ পৰা গ্ৰাহামপুৰ আৰক্ষীয়ে চাৰিটাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে এজন সৰবৰাহ কাৰীক আটক কৰে আৰু তিনি জন সৰবৰাহ কাৰী পলায়ন কৰে।

27/05/2023

ধুবুৰী জিলাৰ তামাৰহাটৰ কামানডাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সহিদুল ইছলামৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।

24/05/2023

ধুবুৰীৰ সোনাহাট দফৰপূৰৰ অন্বেষা শিক্ষা নিকেতনে মাধ্যমিক পৰীক্ষাত এশ শতাংশ ঊত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিছে অঞ্চললৈ। অভিভাৱক তথা শিক্ষক সকলৰ মাজত আনন্দ।

15/05/2023

ধুবুৰী জিলাৰ আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত ২০০৭ নং ঝাকুৱাবাৰী ধনেউল্লা এল পি স্কুলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত ভস্মীভূত বিদ্যালয়

12/05/2023

ধুবুৰীৰ তামাৰহাটত বাহন ভৰ্তি গৰু সহ দুজনক আটক কৰে তামাৰহাট আৰক্ষীয়ে।

30/04/2023

নলবাৰী জিলাৰ কালদি গাৱত দুদিনীয়া বৰ্ণাট্য কাৰ্য্যসূচীৰে ৰঙালী বিহু উদযাপন।

23/04/2023

ধুবুৰী ঈদগাহৰ সন্মূখত ঈদ উপলক্ষে সজোৱা এক মনোৰম দৃশ্য।

19/04/2023

গোঁসাইগাঁওৰ ভোঁমৰাবিলত সমূহীয়া ইফতাৰ পাৰ্টিত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।

17/04/2023

ধুবুৰীৰ তামাৰহাটত কোচৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বেষমা উৎসব পালন।

15/04/2023

ধুবুৰীৰ তামাৰহাট অঞ্চলত বণ বিভাগৰ অভিযান, অভিযান চলাই ১৫ লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে বণ বিভাগে।

13/04/2023

ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজান এম, ই স্কুলত সংঘটিত হয় দুৰ্ঘটনা, পুৰণি বিদ্যালয় গৃহ ভাঙি পৰে ছাত্ৰ-ছাত্ৰীৰ মূৰৰ ওপৰত। সংকটজনক অৱস্থা ছাত্ৰৰ।

Address

Dhubri
Dhubri
783332

Telephone

+918811059395

Website

Alerts

Be the first to know and let us send you an email when My Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to My Page:

Share