S R Qasmi

S R Qasmi digital creator

আচ্ছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহি ওৱা বাৰাকাতুহু।বাদ ছালাম মাছনুন। অভিনন্দন গ্রহণ কৰিব। অতি আনন্দেৰে আপোনাক জনাওঁ যে আ...
01/11/2025

আচ্ছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহি ওৱা বাৰাকাতুহু।

বাদ ছালাম মাছনুন। অভিনন্দন গ্রহণ কৰিব। অতি আনন্দেৰে আপোনাক জনাওঁ যে আপোনাৰ প্রিয় অনুষ্ঠান ক্বাছিমুল উলুম মৌডঙ্গা মাদ্ৰাছাই এইবাৰো ২০২৫ ইংৰাজী শিক্ষা বৰ্ষৰ সদৌ অসম তা'লিমী তৰৰ্কী বোৰ্ডৰ দ্বাৰা পৰিচালিত ছমহীয়া প্রতিযোগিতামূলক (তাক্বাবোলী) পৰীক্ষাত ৯৯.৫২% উত্তীর্ণ আৰু ৩৫টা বৃত্তি ও পুৰস্কাৰ লাভ কৰি অসমৰ ভিতৰত পঞ্চম বাৰ ১ম স্থান অর্জন কৰাৰ লগতে এই মাদ্ৰাছাৰ আৰবী ৫ম বৰ্ষৰ ছাত্র মোঃ বাহিছ আলীয়ে সর্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে শীর্ষস্থান অধিকাৰ কৰি মাদ্ৰাছা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

সেয়েহে এই চেগতে উপৰোক্ত স্থান আৰু বৃত্তি ও পুৰস্কাৰ অৰ্জন কাৰী ছাত্র সকল আৰু সন্মানীয় আছাতীজায়ে কিৰাম সকলক সম্বর্ধনা জনোৱা উপলক্ষে অহা ০২/১১/২০২৫ইংৰাজী দেওবাৰে ৰাতিপুৱা ১০-বজাত আমাৰ কাছিমুল উলুম মৌডঙ্গা মাদ্রাছা প্রাঙ্গনত এখনি সম্বর্ধনা সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম তা'লিমী তৰক্কী বোর্ডৰ সন্মানীয় পৃষ্ঠপোষক ও উপদেষ্টা তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি আলহাজ হজঃ মৌলানা মুস্তাক আনফৰ চাহাব। লগতে অসমৰ আগশাৰীৰ কেবাগৰাকীও উলামায়ে কেৰাম ও বিশিষ্ট শিক্ষাবিদ তথা গণ্য-মান্য ব্যক্তি বর্গ ও উপস্থিত থাকিব।

উক্ত সভাত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।

ইতি বিনীত

পৰিচালনা কমিটিৰ হৈ

আলহাজ মুস্তাফা আহমদ (সভাপতি)
মৌলানা ৰফিক উদ্দিন চাহাব(সম্পাদক)

ক্বাছিমুল উলুম মৌডঙ্গা মাদ্রাছা

Half yearly exam result
19/10/2025

Half yearly exam result

16/10/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

16/10/2025

অতি কম খৰছত ৭ November তাৰিখত উমৰাহ হজৰ ইচ্ছুক সকলে সোনকালেই যোগাযোগ কৰক মাত্ৰ ৫ টা ছিট খালি আছে যোগাযোগ কৰক 8721898532

বিদায়ী সংগীত কাছিমুল উলুম মৌডাঙা মাদ্রাসা হোজাই আসাম। 👇👇👇👇
14/10/2025

বিদায়ী সংগীত কাছিমুল উলুম মৌডাঙা মাদ্রাসা হোজাই আসাম।
👇👇👇👇

Qasimul uloom moudanga madrasa hojai Assam Disclaimer আছ্ছালামু আলাইকুম বন্ধুরা আশা করি সবাই ভাল আছেন এইরকম ইসলামিক ...

03/10/2025

অহা November মাহৰ ৫ তাৰিখত উমৰাহ হজত যোয়া ইচ্ছূক সকলে অতি সোনকালেই যোগাযোগ কৰক।মুল্য মাত্ৰ ৯০৯৯৯ টকা যোগাযোগ নম্বৰ
087218 98532

Link 👇👇👇👇
30/09/2025

Link 👇👇👇👇

Qasimul uloom moudanga madrasa hojai Assam Disclaimer আছ্ছালামু আলাইকুম বন্ধুরা আশা করি সবাই ভাল আছেন এইরকম ইসলামিক ...

Address


Alerts

Be the first to know and let us send you an email when S R Qasmi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to S R Qasmi:

  • Want your business to be the top-listed Media Company?

Share