D দৰ্পণ Digital

D দৰ্পণ Digital Assamese Daily newspaper, Doornitir Darpan newspaper D Darpan Digital A Assamese Daily Newspaper Doornitir Darpan , Published From Dhubri Districts.

21/10/2025

ৰাজনীতি , সমাজ , সাহিত্য-সংস্কৃতি , উন্নয়ন -দুৰ্নীতি- ভ্ৰষ্টাচাৰ -কেলেংকাৰীৰে খবৰ দিম সঠিক আৰু শুদ্ধ ৰূপত । তথাকথিত নিৰপেক্ষ আমি নহওঁ , আমি পক্ষপাতিত্ব কৰিম , আমি থাকিম জনতাৰ পক্ষত

  For  Zubeen Garg.জুবিন গাৰ্গৰ ন্যায় পোৱাৰ পিছতহে মুৰৰ  টুপি  খুলিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সাধাৰণ সম্...
21/10/2025

For Zubeen Garg.
জুবিন গাৰ্গৰ ন্যায় পোৱাৰ পিছতহে মুৰৰ টুপি খুলিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক নাজিমুল হক ।

21/10/2025
21/10/2025

ধুুবুৰীত কংগ্ৰেছ আই দলৰ আশাবাদী প্ৰাৰ্থী কাজী মাহমুদুল হাচানৰ ব্যাপক প্ৰচাৰ

21/10/2025

পাতিদৰং আদৰ্শ আঞ্চলিক হাইস্কুলত নৱাগত আদৰণি আৰু বটা বিতৰনী সভা সম্পন্ন , কামৰূপৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদাঙেৰী অঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান পাতিদৰং আদৰ্শ আঞ্চলিক হাইস্কুলত আজি নৱাগত আদৰণি আৰু বটা বিতৰনী সভা অনুষ্ঠিত হয়।

21/10/2025

দীপাৱলী , শ্ৰীশ্ৰীশ্যামাপুজা আৰু ভাইভোটা উপলক্ষে শুভেচ্ছা জ্ঞাপন বিশ্বনাথৰ পৰ্যটন অনুৰাগী , বিশিষ্ট সমাজকৰ্মী তথা ছাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ স্বত্বাধিকাৰী ড° কিশোৰ হাজৰিকাৰ

21/10/2025

ধুুবুৰীত কংগ্ৰেছ আই দলৰ আশাবাদী প্ৰাৰ্থী কাজী মাহমুদুল হাচানৰ ব্যাপক প্ৰচাৰ

20/10/2025

কাতি বিহু , অসমীয়াৰ জাতিৰ আশাৰ কাতি বিহু , প্ৰতিটো পৰিয়ালে আজি তুলসীৰ তলত জ্বলালে চাকি

20/10/2025

চামগুৰি সমষ্টিৰ মাগুৰমাৰী গাঁও পঞ্চায়তত জিঅ টেগিংৰ নামত অনিয়মক কেন্দ্ৰ কৰি সংঘাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিৱেশ

20/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ , ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ এক মহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

20/10/2025

.কঠীয়াতলীত পূৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড , জাহ গ'ল বহু সম্পত্তি

19/10/2025

যজ্ঞ কংষ্ট্ৰাকচনে সাজি ওলিয়া প্ৰানৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি নগাৱৰ পুৰনি গুদামৰ পৰা হোজাই জিলাৰ কাকীৰ অভিমুখে লৈ গৈ থকা অৱস্থাত ৩৬ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত প্ৰাণৰ শিল্পী গৰাকীক গামুচা আৰু পূস্পাঞ্জলী জনাবৰ বাবে নগাৱৰ ৰাঙলুত অনুৰাগীৰ সকলৰ সামগ্ৰীক পৰিবেশ ৷

Address

Jhagrarar Part/1
Dhubri
783325

Alerts

Be the first to know and let us send you an email when D দৰ্পণ Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category