Tamarhat News live

Website

Tamarhat News live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tamarhat News live, Media/News Company, Dhubri.

MIB,MSME Registration No UDM-AS-09-0034788 Tamarhat News Live NIC 2 Digit 63 information services activities.NIC 4 Digit 6391-news agency activities (সত্য কথাই আমাৰ ধৰ্ম )

15/07/2026

গোলকগঞ্জত অঘটন। গংগাধৰ নৈত ঘাঁহ কাটি উভতি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত এখন টুলুঙা নাৱ। নাৱত থকা দুজন লোকক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

14/07/2026

আমাৰ অঞ্চলবাসীৰ বাবে সুখবৰ
A.R.M MEDICAL & DIAGNOSTIC CENTRE ত
কালি আৰু প্ৰতিমাহৰ 15 তাৰিখত আহি আছে নেমকিয়াৰ হস্পিটেলৰ পৰা Dr Bikash Bawri ( MMS ,MS (general Surgery ) MCh (Urology )

14/07/2026

অসম-বংগ সীমান্তত ভয়ংকৰ বানৰ সংহাৰ। পূব ফলিমাৰী, কুকিলাডাঙাকে ধৰি প্ৰায় ১০খন গাঁও মুহূৰ্তৰ ভিতৰতে বানপানীত ডুব গৈছে। বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াবহ হৈ পৰাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

13/07/2026

বঙালমৰাত উত্তেজনা: নিলোৎপল মিলিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আৰক্ষী চকী তিনিআলীত পথ অৱৰোধ, উত্তাল প্ৰতিবাদ

13/07/2026

দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুজন সাংবাদিকৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ। ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুসৌলমাৰী দ্বিতীয় খণ্ডত।

13/07/2026

দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুজন সাংবাদিকৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ। ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুসৌলমাৰী দ্বিতীয় খণ্ডত।

12/07/2026

ৰূপসীৰ গেন্দাপাৰাত চাঞ্চল্য সংঘাতত প্ৰাণ গ'ল ৰঞ্জিত ৰয়ৰ

12/07/2026

ধুবুৰীৰ হৰিপুৰত ধৰ্ষণ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন কলেজীয়া ছাত্ৰৰ মুক্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ। হৰিপুৰ বজাৰত প্ৰতিবাদ সাব্যস্ত কৰি মিছা গোচৰত ফচোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

12/07/2026

ধুবুৰীৰ হৰিপুৰত ধৰ্ষণ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন কলেজীয়া ছাত্ৰৰ মুক্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ।

11/07/2026

AKRASU-ৰ ৩৬তম প্ৰতিষ্ঠা দিৱস ২৯ জুলাইত পাগলাহাটত কেন্দ্ৰীয়ভাৱে উদযাপন

Address

Dhubri

Alerts

Be the first to know and let us send you an email when Tamarhat News live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share