Ishan Talks

Ishan Talks News Media

02/04/2026

*আজি ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী জীৱেশ ৰায়য়ে চাপৰৰ শালকোচাত শ শ ভোটাৰৰ সন্মুখূত ভাষণ প্ৰদান কৰে।তাৰেই দৃশ্য আমি Ishan talksৰ দৰ্শকক শুনাই লৈছো*।

31/03/2026

*গৌৰীপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিঞাৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ*।

26/03/2026

*৯ নং বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ AIUDFৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ কল ৰেকৰ্ডিং ভাইৰাল*।

23/03/2026

*গৌৰীপুৰৰ গোৱালগাঁওত বকাময় পথৰ বাবে দুৰ্ভোগ ভুগিছে শ শ ৰাইজ।এজাক বৰষুণত পথ চোৱা বকাময়লৈ হোৱাৰ ফলত ক্ষোভ স্থানীয় ৰাইজৰ*।

*সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা*।
21/03/2026

*সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা*।

15/03/2026

*নৱ গঠিত ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অমৃত বাদশাক সমষ্টি বাসীয়ে উষ্ম আদৰণি জনায়*।

13/03/2026

*গৌৰীপুৰত কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ সংবাদ মেল*।

09/03/2026

*বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুইবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা আৰু ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী ফৰিদা ইয়াচমিন মিঞাই বহু জল্পনা কল্পনাৰ অন্তত এ,আই,ইউ,ডি, এফ দলত যোগদান কৰে*।

08/03/2026

*হাম পৰহাতে নেহী, হাম ছিখাতে হে। এই শ্লোগান লৈ ধুবুৰীত আৰম্ভ কৰা হৈছিল কেৰিয়াৰ মন্ত্ৰ নামৰ এক NEET কোচিং চেণ্টাৰ।NEET ৰ ফলাফলত ধুবুৰীৰ কেৰিয়াৰ মন্ত্ৰই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে*।

01/03/2026

*বিতৰ্কৰ মাজত ধুবুৰী জিলাৰ শগুণমাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আতোৱাৰ হুছেইন আৰু মহামায়া জিলা পৰিষদৰ সদস্যা ছবুৰা খাতুন।শগুনমাৰী গাওঁ পঞ্চায়তৰ স্বামী আতোৱাৰ হুছেইন আৰু মহামায়া জিলা পৰিষদৰ সদস্যা ছবুৰা খাতুন এই দুইগৰাকী জন প্ৰতিনিধিয়ে উন্নয়ন খণ্ডত যি অশ্লীল গালি গালাজৰ ঘটনা সংঘটিত কৰিছে*।

23/01/2026

*ঢেকিয়াজুলিৰ পৰা প্ৰাক্তন BJP নেতা তথা বৰ্তমান কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী বাটাছ উৰাং আজি নিৰ্বাচন বিষয়া সৈতে গুৰুত্বপূৰ্ণ কথোপকথনত মিলিত হয়*।

12/12/2025

*তামাৰহাট ৰাষ্ট্ৰীয় ঘাইপথত সহস্ৰাধিক প্ৰতিবাদকাৰীৰ কেইবাটাও দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ*।

Address

Bilasipara
Dhubri
783348

Website

Alerts

Be the first to know and let us send you an email when Ishan Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share