STAR Live 24

STAR Live 24 STAR Live24. Contact no 9435809175 STAR Live24 is an independent newsroom that produces investigative and analytical reporting with dedication.

আজি পৰিয়ালক চমজাই দিব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ। ইতিমধ্যে সম্পন্ন হৈছে ৰামানুজৰ মৰণোত্তৰ পৰীক্ষা। বৰ্তমানলৈকে ...
15/09/2026

আজি পৰিয়ালক চমজাই দিব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ।

ইতিমধ্যে সম্পন্ন হৈছে ৰামানুজৰ মৰণোত্তৰ পৰীক্ষা।

বৰ্তমানলৈকে GMCHৰ মৰ্গতে আছে ৰামানুজৰ নিথৰ দেহ।

যুগপুৰুষত্তম পৰমপ্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৯তম আবিৰ্ভাৱ উৎসৱ১৬ ছেপ্টেম্বৰ ২০২৬ ইং সৎসঙ্গ বিহাৰ,গৌৰিপুৰ
15/09/2026

যুগপুৰুষত্তম পৰমপ্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৯তম আবিৰ্ভাৱ উৎসৱ

১৬ ছেপ্টেম্বৰ ২০২৬ ইং সৎসঙ্গ বিহাৰ,গৌৰিপুৰ

শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৯তম আবিৰ্ভাৱ উৎসৱ১৬ ছেপ্টেম্বৰ ২০২৬ ইং শ্ৰী নগৰ সৎসঙ্গ বিহাৰ,হাতীধুৰা
15/09/2026

শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৯তম আবিৰ্ভাৱ উৎসৱ

১৬ ছেপ্টেম্বৰ ২০২৬ ইং শ্ৰী নগৰ সৎসঙ্গ বিহাৰ,হাতীধুৰা

14/09/2026

সলনি হৈছে নেকি আৰক্ষীৰ ভাষ্য?

GMCHৰ চাদৰ পৰা পৰিছিল নে চলন্ত গাড়ীৰ পৰা জঁপিয়াইছিল ৰামানুজে?

‘নিজেই আত্মসমৰ্পণ কৰা ল’ৰাটোৱে আৰক্ষীৰ গাড়ীৰ পৰা কিয় জঁপিয়াব?’

হেণ্ডকাফ লগোৱা অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা কেনেকৈ পলায়ন কৰিলে?

কি কৈছে ৰামানুজৰ পিতৃয়ে !

14/09/2026

মোৰ বিশ্বাস নহয়, যিজন ল'ৰাই আত্মসমৰ্পণ কৰিছে তেওঁ আৰক্ষীৰ বাহনৰ পৰা কেনেকৈ জপিয়াব পাৰে?'

📌 'ৰিয়াও ভাল আছিল, ৰামানুজো ভাল আছিল'

📌 ৰামানুজৰ মৃত্যুৰ কাৰণ গ্ৰহণযোগ্য নহয় বুলি মন্তব্য পিতৃৰ।

ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই তন্ন তন্নকৈ চাম। আত্মসমৰ্পণ কৰা ল'ৰাজনে কিয় আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াব? ৰামানুজৰ মৃত্...
14/09/2026

ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই তন্ন তন্নকৈ চাম।

আত্মসমৰ্পণ কৰা ল'ৰাজনে কিয় আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াব?

ৰামানুজৰ মৃত্যুৰ কাৰণ গ্ৰহণযোগ্য নহয়।

পুত্ৰৰ মৃতদেহ চমজাইনলয় ৰামানুজৰ পিতৃয়ে? জনাওক আপনাৰ মতামত

14/09/2026

# বৃহত্তৰ হাজোবাসীৰ বাবে সুখবৰ।চিকিৎসাৰ অত্যাধুনিক সেৱা প্ৰদানৰ হকে আজি কামৰূপৰ শিঙিমাৰীত অনুৰাগ হস্পিতাল খনি মুকলি কৰা হয়।

# অনুৰাগ হস্পিতাল খনি ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আনুষ্ঠানিকভাৱে মুকলি কৰে হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে।

# মুকলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।

# মুকলি কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে নিষ্ঠা আৰু সহানুভূতিৰে সেৱা আগবঢ়াই অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে।

# এই হস্পিতাল খন অঞ্চলটোৰ জনসাধাৰণক গুণগত, সুলভমূল্যৰ,আৰু সহজলভ্য স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছে বুলিও জানিবলৈ দিয়ে স্বত্বিধিকাৰীয়ে।

# মুকলি অনুষ্ঠানত ডাঃ জুৰিমণি গোস্বামী,ডাঃ অংকিতা বৰুৱা,ডাঃ গৌৰাঙ্গ দাস,ডাঃ মাছুদ ইকবাল ,ডাঃ প্ৰিয়াংকু প্ৰতীক শৰ্মা,ডাঃ কমল কাথাৰকে ধৰি কেবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

।হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট।

অসম খাদ্য আৰু অসামৰিক যোগান নিগমে (পৰিসীমিত) গোলকগণ্জত কৃষকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰিছে এটি ধান ক্ৰয় কেন্দ্ৰ...
14/09/2026

অসম খাদ্য আৰু অসামৰিক যোগান নিগমে (পৰিসীমিত) গোলকগণ্জত কৃষকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰিছে এটি ধান ক্ৰয় কেন্দ্ৰ। এই ধান ক্ৰয় কেন্দ্ৰটোৱে অসম চৰকাৰে ধাৰ্য কৰি দিয়া নিৰিখতহে কৃষকৰ পৰা ধান ক্ৰয় কৰি আছে।

ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। ৰামানুজে নিজেই অপৰাধ স্বীকাৰ কৰাৰ পাছতো ন্যা...
14/09/2026

ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। ৰামানুজে নিজেই অপৰাধ স্বীকাৰ কৰাৰ পাছতো ন্যায় ব্যৱস্থাৰ জৰিয়তে ফাঁচী দিব নোৱাৰাতো সুশাসনৰ অভাৱ বুলি সামাজিক মাধ্যমত আক্ষেপ প্ৰকাশ কৰে গগৈয়ে







পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু     #কুকি_সম্প্ৰদায়
14/09/2026

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

#কুকি_সম্প্ৰদায়

Address

Tamarhat
Dhubri
783333

Website

Alerts

Be the first to know and let us send you an email when STAR Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share