Namoni Assam Network

Namoni Assam Network Namoni Assam Network
Where the Region Speaks. Delivering credible, ground-level journalism from Western Assam and beyond.

We bring you breaking news, political developments, social issues, grassroots stories, and voices that matter.

19/09/2026

নিশা গৌৰীপুৰৰ ঐতিহাসিক মাটিয়াবগ হাৱাখানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা—প্ৰতিমা পাণ্ডে বৰুৱা সংগ্ৰহালয়ৰ কামৰ অগ্ৰগতি পৰিদৰ্শন!

19/09/2026

তামাৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উপস্থিতি—১০৮ বছৰীয়া দুৰ্গাপূজাৰ নৱনিৰ্মিত মন্দিৰৰ শুভ উদ্বোধন! 🙏🚩

19/09/2026

তামাৰহাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নৱনিৰ্মিত ১০৮ বছৰীয়া ঐতিহ্যমণ্ডিত সাৰ্বজনীন দুৰ্গা মন্দিৰৰ উদ্বোধন!

19/09/2026

গৌৰীপুৰত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি, ৮৬ বছৰীয়া শহুৰৰ এজাহাৰ—বোৱাৰীসহ ৪ জনৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ!

19/09/2026

বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰক প্ৰধান সাংস্কৃতিক-আধ্যাত্মিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব: হিমন্ত বিশ্ব শৰ্মা

19/09/2026

বিহুবৰৰ ৰঙাজান বেঙ্গুলিবস্তিত নৃশংস হত্যাকাণ্ড, ড্ৰাগছ সৰবৰাহৰ অভিযোগত এজনক হানি-খুচি হত্যা; অভিযুক্ত বিকি সিং নাগালেণ্ডত আটক!

19/09/2026

ছাগলীয়াত আৰক্ষীৰ অভিযানত পোৱালীসহ ১৭টা মহ জব্দ, চালকসহ ৬ জন আটক!

19/09/2026

🙏 মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ মহাসমাধিস্থলী শ্ৰীশ্ৰী মধুপুৰ সত্ৰলৈ আহিব নতুন ৰূপ!

মহাপুৰুষগৰাকীয়ে জীৱনৰ অন্তিম সময় কটোৱা পশ্চিমবংগৰ কোচবিহাৰত অৱস্থিত শ্ৰীশ্ৰী মধুপুৰ সত্ৰকো বটদ্ৰৱাৰ দৰেই ভব্য ৰূপত গঢ়ি তোলা হ’ব। পশ্চিমবংগ চৰকাৰৰ সহযোগত মধুপুৰ সত্ৰৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

19/09/2026

🕯️ ‘জুবিন দিৱস’ সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মোৰ বক্তব্য—

“এনেধৰণৰ বিষয়ত সিদ্ধান্ত ৰাইজৰ হয়। চৰকাৰে ৰাইজৰ মতামতক সন্মান জনাই সেই মতেই আগবাঢ়ে।”

19/09/2026

Today marks the first death anniversary of Zubeen Garg, whose voice, music and words became inseparable from the cultural identity of Assam.

🕊️ এক বছৰ পিছতো… জুবিন তুমি আমাৰ মাজতেই আছা

জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল—
তেওঁ আছিল এটা অনুভৱ, এটা আৱেগ, এটা যুগ।

তেওঁৰ কণ্ঠত অসমে হাঁহিছিল,
তেওঁৰ গীতত অসমে কান্দিছিল,
তেওঁৰ সুৰত প্ৰেম বিচাৰি পাইছিল,
আৰু তেওঁৰ কথাত নিজৰ মাটিৰ গোন্ধ অনুভৱ কৰিছিল।

সময় পাৰ হৈ যায়, মানুহ আঁতৰি যায়—
কিন্তু কিছুমান মানুহ স্মৃতি নহয়, ইতিহাস হৈ ৰয়।

জুবিন গাৰ্গৰ গীত আজিও বাজে,
কোনোবা গাঁৱৰ নিৰ্জন পথত,
কোনোবা যুৱকৰ মোবাইলত,
কোনোবা মাকৰ মুখত,
কোনোবা প্ৰেমিকৰ হৃদয়ত।

এবছৰ হ’ল তুমি আমাৰ মাজত নাই।
কিন্তু তোমাৰ কণ্ঠ এতিয়াও আছে।
তোমাৰ সুৰ এতিয়াও আছে।
তোমাৰ সৃষ্টি এতিয়াও আছে।
আৰু অসমৰ হৃদয়ত—
তুমি এতিয়াও জীয়াই আছা।

🌿 অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি, জুবিন দা।
তোমাক অসমে কেতিয়াও নাপাহৰে। 🕊️

“জুবিন” — এটা নাম নহয়,
এটা অনুভৱৰ নাম।

Address

Ward No 1
Dhubri
783301

Website

Alerts

Be the first to know and let us send you an email when Namoni Assam Network posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share