ILA Daily News 24

ILA Daily News 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ILA Daily News 24, Media/News Company, Dhubri.

Instant Live Assam (ILA News) Brings various news in Assamese, Bodo, Bengali, Rajbangshi and in Santali.

বাতৰি প্ৰকাশ কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য।

Assamese, Bodo, Bengali, Rajbangshi, Santali ভাষাত

বাতৰি প্ৰকাশ কৰা হয়।

📌নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 📌মুখ্য় নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ...
25/09/2026

📌নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
📌মুখ্য় নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এই প্ৰতিবাদ

25/09/2026

📌গোসাঁইগাঁৱত শিল-বালিৰ অবৈধ ছিণ্ডিকেটৰ অভিযোগ, ভুৱা চালানসহ ৩ বাহন আটক

25/09/2026

📌সীমান্তত পুনৰ ছিণ্ডিকেটৰ অভিযোগ!
শ্ৰীৰামপুৰত ৮,০০০, তামাহাটত ৪,৫০০ টকা সংগ্ৰহৰ অভিযোগ।
কাৰ ছত্ৰছায়াত চলিছে এই ক’লা কাৰবাৰ?

23/09/2026

📌সন্তানৰ অপেক্ষাত দিশহাৰা পৰিয়াল!
বহিঃৰাজ্যৰ পৰা ঘৰলৈ অহাৰ পথেৰে বিগত 4 দিন ধৰি নিৰুদ্দেশ সৌলমাৰীৰ মৃণাল চন্দ্ৰ ৰায়।

23/09/2026

📌শ্ৰীৰামপুৰত পুনৰ সক্ৰিয় ডাম্পাৰ ছিণ্ডিকেট: বৈধ গাড়ীত ধনদাবী কৰি আটক চক্ৰৰ সদস্য!

22/09/2026
21/09/2026

📌তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
হাতিধুৰা তিনিআলিত বাৰিকেডত প্ৰত্যক্ষ খুন্দা, এজন যুৱক গুৰুতৰভাৱে আহত।

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when ILA Daily News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share