Shohan mini vlogs 07

Shohan mini vlogs 07 Bangla Content Creator
Daily Video Update
insta name: Ahmed_Shohan_07

আল্লাহৰ কি মহিমা?মই জীৱনৰ প্ৰথমবাৰ এনে অৱস্থাত চাদ আৰু তৰা একেলগে দেখিলোঁ।
14/09/2026

আল্লাহৰ কি মহিমা?

মই জীৱনৰ প্ৰথমবাৰ এনে অৱস্থাত চাদ আৰু তৰা একেলগে দেখিলোঁ।

Good Morning 🌄
14/09/2026

Good Morning 🌄

13/09/2026

বাংলাদেশৰ এজন যুৱকৰ কন্ঠত The Assam King 👑 Zubeen Garg ৰ গীত।
#

মই আৰু মোৰ সহধৰ্মিনী AI ৰ যোগেদি ১৯৮০ দশকত ।
10/09/2026

মই আৰু মোৰ সহধৰ্মিনী AI ৰ যোগেদি ১৯৮০ দশকত ।

মোৰ অলপ পলম হৈ গ'ল যদিও AI ৰ যোগেদি অলপ কল্পনা কৰিলোঁ, যদি আমাক ৮০ দশকত লৈ যোৱা হ’লহেঁতেন।৮০ দশকৰ সেই  অনুভৱ, সেই সময়ৰ ...
09/09/2026

মোৰ অলপ পলম হৈ গ'ল যদিও AI ৰ যোগেদি অলপ কল্পনা কৰিলোঁ, যদি আমাক ৮০ দশকত লৈ যোৱা হ’লহেঁতেন।
৮০ দশকৰ সেই অনুভৱ, সেই সময়ৰ সাজ-পোছাক আৰু স্মৃতিৰ মাজত নিজকে এবাৰ কল্পনা কৰি চালোঁ।

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ফলিমাৰিত  ভয়ংকৰ ডকাইটি কাণ্ড।পুৱতি নিশা আনুমানিক ৫ বজাত  মৰাপাট বেপাৰীক ৪ জনীয়া ড...
17/08/2026

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ফলিমাৰিত
ভয়ংকৰ ডকাইটি কাণ্ড।

পুৱতি নিশা আনুমানিক ৫ বজাত মৰাপাট বেপাৰীক ৪ জনীয়া ডকাইটৰ এটা দলে আগভেটি ধৰি টকাৰ বেগ কাঢ়ি লবলৈ লয় আৰু মাৰপিট কৰে।

সাতসিয়া গাঁওৰ মৰাপাট বেপাৰী বেল্লাল হুছেইন আৰু তেওঁৰ ২ পুত্ৰ বজাৰত মৰাপাট ক্ৰয় কৰাৰ বাবে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

পিছত চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজে ওলাই আহি এজন ডকাইটক আটক কৰে।
ধৃত ডকাইত জন জহিৰুল ইছলাম খান বুলি জানিব পৰা গৈছে।
ডকাইট জনৰ হাতৰ পৰা এটা কাৰ্বাইন মেচিন গান , এটা মোবাইল ফোন ,এখন পালচাৰ বাইক উদ্ধাৰ হয়।
ঘটনাস্থলীত ফকিৰগঞ্জ আৰক্ষী উপস্থিত হৈ ডকাইত জনক থানালৈ লৈ যায়।
উক্ত ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে।

#

Fifa world cup 2026 Round of 16 Match Date and time
04/07/2026

Fifa world cup 2026 Round of 16 Match Date and time

অৱশ্যেই কমেন্টে জানাবেন🙏
01/07/2026

অৱশ্যেই কমেন্টে জানাবেন🙏

অৱশ্যেই কমেন্ট বক্সে জানাবেন 🙏
30/06/2026

অৱশ্যেই কমেন্ট বক্সে জানাবেন 🙏

29/06/2026

Address

Sundarpara Pt3
Dhubri
783330

Website

Alerts

Be the first to know and let us send you an email when Shohan mini vlogs 07 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share