দৈনিক খবৰ ২৪ ঘণ্টা

দৈনিক খবৰ ২৪ ঘণ্টা প্ৰতিটো গুৰুত্বপূৰ্ণ,খবৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় কেৱল (দৈনিক খবৰ ২৪ ঘণ্টাত)

16/10/2025

গৌৰীপুৰ বলতমাৰা

16/10/2025

ডিগবৈ দুলীয়াজান পথৰ ইপাৰ সিপাৰ হৈছে এজাক বনৰীয়া হাতী।*

16/10/2025

ডিগবৈ দুলীয়াজান পথৰ ইপাৰ সিপাৰ হৈছে এজাক বনৰীয়া হাতী।*

উজনি অসমৰ ডিগবৈ দুলীয়াজান পথত এইদৰে নিশাৰ ভাগত প্ৰায় এজাক বনৰীয়া হাতীয়ে পথৰ ইপাৰ সিপাৰ হোৱা দৃশ্য সহজবোধ্য।*

15/10/2025

ৰাইজৰ ক্ষোভ।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱাৰ বেদনাই দহিছে প্ৰতিজন অসমীয়াক।

15/10/2025

অধিক ভয়াৱহ হৈ পৰিছে বাক্সাৰ কাৰাগাৰ চৌহদৰ পৰিস্থিতি। উত্তেজিত জনতাৰ শিলাবৰ্ষণত আহত আৰক্ষী।

| |

15/10/2025

সিদ্ধাৰ্থ-শ্যামকানুৰ বানহলৈ শিলগুটি,চেণ্ডেল নিক্ষেপ জনতাৰ l
কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ ভয়ংকৰ ক্ষোভ' l

15/10/2025

জিলা কাৰাগাৰৰ সন্মুখত জনতাৰ শিলাবৰ্ষণ। গুৰুতৰভাৱে আহত আৰক্ষী, প্ৰশাসনৰ লোক।

15/10/2025

বাক্সা জিলাৰ নিকাছি কাৰাগাৰৰ সন্মুখত হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ ভিৰ ৷ উত্তপ্ত পৰিস্থিতি ৷

15/10/2025
15/10/2025

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই গালে "মায়াময় ৰূপালী জোনাক"
৩৭ সংখ্যক মৰিগাঁও জিলা দিৱসৰ শব্দ যদি প্ৰেৰণা হয় শীৰ্ষক অনুষ্ঠানত উপস্থিত নগাঁৱৰ জিলা আয়ুক্ত।

15/10/2025

কোকৰাঝাৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সংবাদমেল ৷

কাৰ্যকৰী পৰিষদৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ব্যক্ত কৰিলে সংবাদমেলত ৷

15/10/2025

বিটিচিৰ দায়িত্বভাৰ লৈয়েই হাগ্ৰামা মহিলাৰীৰ ACTION START
BTC বাসীৰ বাবে প্ৰথম কাৰ্যনিৰ্বাহক বৈঠকতে বৃহৎ ঘোষণা হাগ্ৰামা মহিলাৰীৰ
প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিপট্টা
প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী PMAY ঘৰ
PMAY ঘৰ লাভৰ বাবে নতুনকৈ কৰা হ'ব ছাৰ্ভে

Address

Dhuburi

Alerts

Be the first to know and let us send you an email when দৈনিক খবৰ ২৪ ঘণ্টা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share