29/11/2025
বিধান সভাত Assam Fixation of Ceiling on Land Holdings (Amendment) Bill, 2025 গৃহীত হোৱাৰ পিছতেই চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত উৎসাহ আৰু আনন্দ
👉 চাহ জনগোষ্ঠী ৰাইজৰ বাবে এক ঐতিহাসিক দিন,
Bcms ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অশোক উৰাঙে বাগিচাই বাগিচাই বিতৰণ কৰিলে মিঠাই
২০০ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অসম বিধান সভাৰ পৱিত্ৰ সদনত গৃহীত হ'ল Assam Fixation of Ceiling on Land Holdings (Amendment) Bill, 2025.....
👉 BCMSৰ কেন্দ্রীয় সমিতিৰ সভাপতি অশোক ওৰাঙে চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰে জনগোষ্ঠীটোৰ সুৰক্ষিত ভৱিষ্যতক লৈ গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে.....
Himanta Biswa Sarma
Sarbananda Sonowal
Pijush Hazarika