First News Asom

First News Asom First News অসম is the one of the largest digital news media of Assam.

30/08/2026

এজাক বৰষুণতেই নাজিৰা নগৰত সৃষ্টি কৃত্রিম বানপানীৰ

30/08/2026

আটেৰীখাটত আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ স্মৃতিত দ্বিতীয় বাৰ্ষিক ফুটবল টুৰ্ণামেণ্ট

30/08/2026

বিজেপি চৰকাৰে SRD শিক্ষকসকলক নিয়মীয়া কৰণ কাঢ়ি লোৱাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ফেৰদৌছ জিন্নাৰ

30/08/2026

🛑নেপালৰ ভয়াৱহ জলপ্ৰলয়ত গভীৰ উদ্বেগ প্ৰকাশ AJP সভাপতি লুৰীণজ্যোতি গগৈৰ

নেপালৰ দুৰ্যোগৰ প্ৰসংগতে অসমৰ বান সমস্যাকলৈও সৰৱ লুৰীণজ্যোতি

বানত জুৰুলা অসমৰ প্ৰতি কেন্দ্ৰৰ উদাসীনতাক লৈ প্ৰধানমন্ত্ৰীক তীক্ষ্ণ সমালোচনা

‘অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় গুৰুত্ব নাপায়?’- প্ৰধানমন্ত্ৰীক প্ৰশ্ন AJP সভাপতিগৰাকীৰ

30/08/2026

কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ শ্ৰীশ্ৰী গোৰক্ষ নাথ মন্দিৰ প্ৰাংগণত আজি জ্যোতিষ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আনুষ্ঠানিক দ্বাৰা মুকলি কৰে বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ চ'চাইটি গুৱাহাটীৰ অধ্যক্ষ ড০ কুমুদ শৰ্মা শাস্ত্ৰীয়ে।

মহানগৰীৰ বশিষ্ঠত আৰক্ষীৰ অভিযানত ভাংসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। ধৃত ভাং সৰবৰাহকাৰীটো শিৱসাগৰৰ প্ৰদীপ পাল।
30/08/2026

মহানগৰীৰ বশিষ্ঠত আৰক্ষীৰ অভিযানত ভাংসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। ধৃত ভাং সৰবৰাহকাৰীটো শিৱসাগৰৰ প্ৰদীপ পাল।

30/08/2026

অসমৰ জাতীয় সংগঠনে লগাই থোৱা পোষ্টাৰ ফালিলে খানাপাৰা ন-মাইলত অবৈধ U-TURN পুনৰ মুক্ত কৰি পেলোৱাৰ দেখা গ'ল

30/08/2026

নেপালৰ শিহৰণকাৰী ভিডিঅ’ দুই সন্তানক কথমপি ৰক্ষা!

Address

HOUSE NO. 1 KRIPASINDHU PATH
Dibrugarh
786103

Alerts

Be the first to know and let us send you an email when First News Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share