Assam 24

Assam 24 Latest News and Updates! Dive into the heartbeat of Dibrugarh city and beyond with Assam 24, Stay connected with Assam 24. Stay connected with Assam 24.
(1)

Assam 24: Your Gateway to Dibrugarh's Latest News and Updates! Dive into the heartbeat of Dibrugarh city and beyond with Assam 24, follow Assam 24 for timely and insightful local news coverage. From breaking stories to in-depth features, community events to cultural showcases, Assam 24 delivers a comprehensive view of the pulse of Dibrugarh and its vibrant surroundings.

07/11/2025

চিচি বৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনা : নিয়ন্ত্ৰণ হেৰুৱাই গছৰ ওপৰত উঠিল এলটো গাড়ী : চাৰিজন আহত : এগৰাকী মহিলাৰ অৱস্থা সংকটজনক : উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ :

07/11/2025

সন্মিলিত অসমীয়া যুৱ শক্তি অসমৰ ডিব্ৰুগড় জিলা সমিতি গঠনৰ উদ্দেশ্যে সভা....
ৰাজীৱ দাসক সভাপতি হিচাপে লৈ ২৬জনীয়া সমিতি গঠন

07/11/2025
06/11/2025

ডিব্ৰুগড়ৰ লেপেটকটাত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাকলৈ হুলস্থুলীয়া পৰিবেশ

05/11/2025

আজি গুৰু নানকৰ জন্ম জয়ন্তী। লায়ন্স ক্লাৱ অৱ ডিব্ৰুগড় এক্সিলেন্সৰ চকু চিকিৎসা শিবিৰ....

05/11/2025

সুধাকণ্ঠ তথা ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ গৰাকীক সোঁৱৰি আয়োজিত হৈছে বিভিন্ন অনুষ্ঠানৰ।
ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়েও বিশ্ববৰেণ্য শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

04/11/2025

বিশিষ্ট গীতিকাৰ, সুৰকাৰ, প্ৰয়াত অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বাসগৃহত উপস্থিত জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীন। চৈয়দ চাদুল্লাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় মানস ৰবীনে। ইয়াৰ উপৰিও জুবিন গাৰ্গৰ ন‍্যায়ৰ প্ৰসংগতো মন্তব্য দিয়ে।

04/11/2025

ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাযলয়ৰ সন্মুখত NHM কৰ্মী সকলৰ দ্বিতীয় দিনাও প্রদিবাদী কায্যসূচী ৰূপায়ন....

03/11/2025

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ কৰ্মচাৰীৰ অৱস্হান‌ ধৰ্মঘট

৩,৪ আৰু ৫ নবেম্বৰত তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ প্ৰতাৰণা- বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ

নায্য প্ৰাপ্তিৰ দাবীত ওলায় আহিল জিলা আৰু ব্লকৰ সহস্ৰাধিক কৰ্মচাৰী

03/11/2025

ডিব্ৰুগড় সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত "ৰাসলীলা"ৰ আয়োজন--
দ্বিতীয় বৃন্দাৱনলৈ পৰ্যবসিত হৈছে আখৰাস্থলী মিলনজ্যোতিৰ সংঘ বাকৰি

Address


Alerts

Be the first to know and let us send you an email when Assam 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam 24:

  • Want your business to be the top-listed Media Company?

Share