Pranab Ekka

Pranab Ekka Pranab Ekka

31/08/2026
29/03/2026

কলিকতাৰ বিজ্ঞান নগৰ ৷৷

27/03/2026

আকাশ চুব পৰাকে উচ্চ উচ্চ অট্টালিকা

26/03/2026

Kolkata Victoria Memorial ত অলপ সময়

24/03/2026

শোণিতপুৰ জিলাৰ টিউলিপ চাহ বাগিছাৰ এম্বুলেঞ্চৰ দুৰ্ঘটনাৰ ফলত ৭ গৰাকীকৈ লোকৰ কৰুণ মৃত্যুৰ খবৰে মোক অত্যন্ত মৰ্মাহত কৰিছে।
এম্বুলেঞ্চখনৰ চালককে ধৰি নিহত আটাইকেইগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহত গৰাকীৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছোঁ।

24/03/2026

VGP Marine Kingdom Aquarium in Chennai

23/03/2026

Chennai Victoria Public Hall ১৮৮০ ৰ দশকত ৰাণী ভিক্টোৰিয়াৰ গোল্ডেন জুবলী উদযাপনৰ বাবে নিৰ্মান কৰা চেন্নাইৰ ঐতিহাসিক ৰঙা -ইটাৰ স্মৃতিসৌধটো হল ভিক্টোৰিয়া পাব্লিক হল ৷৷

22/03/2026

Chennai Marina Beach সাগৰৰ পাৰত পৰিয়ালৰ লগত অলপ সময় ৷৷

Address

Dirai T. E
Dibrugarh
786611

Telephone

+919101258768

Website

Alerts

Be the first to know and let us send you an email when Pranab Ekka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pranab Ekka:

Shortcuts

Share

Category