Khabar Tingkhong

Khabar Tingkhong খবৰ TINGKHONG IS A DIGITAL MEDIA PLATFORM DIBRUGARH,ASSAM

13/07/2024

⏺ব্যৱসায়ত লোকচানৰ চিন্তাত এটা বছৰৰ পূৰ্বে ওলাই গৈছিল ঘৰৰ পৰা ।
⏺তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে টিংখাঙৰ ৰাজগড়ৰ ১৪ নম্বৰ লাইন নিবাসী ‘ৰবিন চাহ’ নামৰ লোকজন ।
⏺ৰবিন চাহৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা ।

11/07/2024

⏺টিংখাঙৰ লেঙেৰীত স্বাস্থ্য বিভাগৰ ভয়ংকৰ কাণ্ড।
⏺খেতিপথাৰত পেলাই থৈ গ'ল চৰকাৰী মোহৰ থকা ব্যৱহৃত চেলাইনৰ বটল, চিৰিঞ্জ, বেজী।

08/07/2024

⏺টিংখাঙত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় শঙ্কৰী সংগীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি।
⏺সমগ্ৰ ৰাজ্যৰ ৫৪ খন জিলা শাখাৰ পাঁচ শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ।
⏺বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ।

08/07/2024

⏺দুৰ্যোগৰ সময়ত দুৰ্গতজনৰ কাষত জনপ্ৰতিনিধি।
⏺বানে জুৰুলা কৰা ৰাইজক মন্ত্ৰী বিমল বড়াই নিজ হাতে প্ৰদান কৰিলে এমুঠি ভোকৰ ভাত।
⏺মন্ত্ৰী বিমল বড়াই নিজ সমষ্টি টিংখাঙত " বানপীড়িত ৰাইজলৈ অন্ন সেৱা " শীৰ্ষক এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে।

05/07/2024

টিংখাঙত বান সাহাৰ্য বিতৰণ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।
মথাউৰি আৰু আশ্ৰয় শিবিৰসমূহত গৈ বানাক্ৰান্তসকলক খাদ্য সামগ্ৰী বিতৰণৰ লগতে বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয় ।

03/07/2024

টিংখাঙৰ বানাক্ৰান্তৰ ৰাইজৰ কাষত মন্ত্ৰী বিমল বড়া । সমষ্টিটোৰ বিভিন্ন স্থানত থকা আশ্ৰয় শিবিৰ সমুহত থকা বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ দুৰ্দশাৰ বুজ লয় মন্ত্রী গৰাকীয়ে।

03/07/2024

টিংখাং সমষ্টিৰ কেইবাখনো গাঁও এতিয়া পানীৰ তলত । বানে বুৰাই পেলালে ঘৰ-দুৱাৰ সকলো ।
ওখ স্থান অথবা মথাউৰিৰ ওপৰতে একেলগে আশ্ৰয় লবলগীয়া হৈছে পশুধন আৰু মানুহে ।

02/06/2024

⏺টিংখাঙত অসম কৃষক পৰিষদ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল।
⏺ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন অসম কৃষক পৰিষদৰ।

31/05/2024

⏺টিংখাঙত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা কেন্দ্ৰীয় সমিতিৰ সংবাদমেলত আন্দোলনৰ ঘোষণা।
⏺খেতিয়কক পনবন্দি কৰি গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ দাবী সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ।

31/05/2024

⏺টিংখাঙৰ তিনিআলি পৰা ধমন আঘোণীবাৰী হৈ বামুণবাৰী সংযোগী অতি ব্যস্ত পথৰ ওপৰত আবদ্ধ হৈছে ইখনৰ পাছত সিখন বাহন।
⏺তেলৰ টেংকাৰৰ পৰা আৰক্ষীৰ বাহনলৈকে আবদ্ধ হৈছে পথটোৰ ওপৰত।
⏺ক্ষুব্ধ ৰাইজ।

30/05/2024

⏺অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে টিংখাঙত আছুৰ প্ৰতিবাদ।
⏺টিংখাং,ৰাজগড় আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

24/05/2024

টিংখাঙত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইল সুৰক্ষা কৰ্মী সংবাদমেল। ২৪ ঘণ্টা কাম কৰি দৈনিক মজুৰী লাভ কৰে ১০০ টকা। নিৰ্বাচনী অধিসূচনা অন্ত পৰা লগে লগেই তীব্ৰতৰ হব আন্দোলন ।

Address

Tingkhong
Dibrugarh
786611

Telephone

+919577022797

Website

Alerts

Be the first to know and let us send you an email when Khabar Tingkhong posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share