Bobby Gogoi

Bobby Gogoi মোৰ এই সৰু ঘৰখনিলৈ সকলোকে স্বাগতম 🙏 সকলোৰে পৰা মৰম পাম বুলি আশা ৰাখিলোঁ 🥰আহা আমি ইজনে সিজনক সহায় সহযোগ কৰি আগবাঢ়ি যাওঁ 👍

🎉 Facebook recognized me for starting engaging conversations and producing inspiring content among my audience and peers...
27/05/2026

🎉 Facebook recognized me for starting engaging conversations and producing inspiring content among my audience and peers!

লৰাই স্কুলৰ পৰা আহি ভাত খাব মন নকৰে। গতিকে অলপ fruits কাটি দিলোঁ। আজি বতৰো বৰ গৰম।
27/05/2026

লৰাই স্কুলৰ পৰা আহি ভাত খাব মন নকৰে। গতিকে অলপ fruits কাটি দিলোঁ। আজি বতৰো বৰ গৰম।

27/05/2026
মই যেতিয়া বিয়া হৈছিলোঁ তেতিয়া মোৰ ১৭ বছৰ বয়স আছিল। ইয়াত আহিয়েই 2 nd year পাছ কৰিছোঁ । বিয়া হৈ আহি যেতিয়া মেখেলা ...
25/05/2026

মই যেতিয়া বিয়া হৈছিলোঁ তেতিয়া মোৰ ১৭ বছৰ বয়স আছিল। ইয়াত আহিয়েই 2 nd year পাছ কৰিছোঁ । বিয়া হৈ আহি যেতিয়া মেখেলা চাদৰ পিন্ধিব নাজানোঁ তেতিয়া হে জমনি লাগে 😆। এতিয়া মনত পৰে হেই দিন বোৰলৈ। তেতিয়া মেখেলা চাদৰ পিন্ধিব নজনা মানুহ জনি আজি সকলোঁ কামতে পাকৈত।

ককায়েকে চুলি কাটি দিছে ভায়েকক।। ভায়েকেও বৰ ধুনীয়াকৈ পাতি দিছে কাটিবলৈ 🥰
24/05/2026

ককায়েকে চুলি কাটি দিছে ভায়েকক।। ভায়েকেও বৰ ধুনীয়াকৈ পাতি দিছে কাটিবলৈ 🥰

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Bobby Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share