25/03/2025
*সন্মানীয় অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators*
বিষয়: সদৌ অসম ভিত্তিক অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators meet-up 2025
অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators সকলো বন্ধু-বান্ধৱীলৈ মোৰ সাদৰৰ প্ৰণাম / জহাৰ, মোৰ নাম মজ্ঞিত তাঁতী আৰু মই ডিব্ৰুগড় জিলাৰ নামৰুপৰ বাসিন্দা | মই বিষেশ এটা উদ্দেশ্য লৈ আপোনালোকলৈ এই প্ৰত্ৰখন লিখিছো, যদি আপোনালোকৰ সহাৰি আৰু সহযোগ পাঁও, তেতিয়াহলে মই ভাৱো আমি সকলোৱে মিলি এই কাম কৰিব পাৰিম বুলি আশা কৰিছো |
আমাৰ অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators বন্ধু-বান্ধৱী সকলে বহুতে নিজৰ নিজৰ প্ৰতিভাৰে Social Media ত সূনাম অৰ্জন কৰিছে, জনতাৰ মাজৰ পৰা মৰম আৰু আৰ্শীবাদ পাবলৈ সক্ষম হৈছে | আমি সদায় নিজৰ বাবে কাম কৰি আহিছো আৰু কিছুসংখ্যক লোকে সমাজৰ বাবেও কাম কৰি আহিছো, কিন্তু আপোনালোকলৈ মোৰ এটা অনুৰুধ যে আমাৰ অসমৰ সকলো আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators বন্ধু-বান্ধৱীয়ে এবাৰ এখন Get-together YouTube Meet-up কৰি আমি সকলোৱে মিলিত হও | এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ বিভিন্ন সমস্যাৰ লগতে সকলোৱে একলগ হৈ আমাৰ জাতিৰ বাবে সমাজৰ বাবে কিবা যদি কৰিব পাৰো | কিছু অসহায় ব্যক্তিক যদি আলপমান সহায় কৰিব পাৰো, প্ৰকৃতিক দূৰ্যোগৰ সময়ত আৰ্তজনক সহায় কৰিব পাৰো আৰু বহুতো বিষয় আছে | আমি collaboration কৰি সকলোৱে একেলগে আগবাঢি যাব পাৰো, আমি এটা Strong community গঠণ কৰিব পাৰো |
ওপৰুক্ত কথাখিনি যদি আপোনি এগৰাকী অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators হিচাবে কিবা কৰিব পাৰি নেকি, আমি সকলোৱে মিলি কিবা কৰিব পাৰো নেকি তাৰ বাবে আপোনাৰ মতামত এটা Video clip Recording কৰি মোৰ What’s app no 9768435957 ত পঠাবলৈ অনুৰুধ জনালো আৰু এই Message টো আপোনা পৰিচিত আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators লৈ পঠাব আৰু এই বাৰ্তা দিব বুলি আশা কৰিলো |
মই ভাৱো মই যি Mission কৰিবলৈ হাতত লৈছো, আহক আমি সকলোৱে আমাৰ মিলি এই অনোষ্ঠানতো সাফল্যমন্দিত কৰো |
আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শৰ অবিহনে এই অনোষ্ঠানটি অসম্ভৱ |
১) আমি সকলোৱে সুবিধা হোৱাকৈ এখন ঠাই নিৰ্বাচন কৰিব লাগিব |
২) আমি সকলোৰে সুবিধা হোৱাকৈ এটা দিন ধাৰ্য্য কৰিব লাগিব |
৩) Meet-up ৰ বাবে আমি এটা Registration Amount ঠিক কৰিব লাগিব, যি Amount আমি Meet-up দিনাৰ চাহ-জলপান আৰু দুপৰীয়াৰ আহাৰৰ বাবে প্ৰয়োজন হব |
৪) সকলো আদিবাসী আৰু চাহ-জনগোষ্ঠীয় YouTubers, Social Influencers আৰু Video creators মিলি আমি Collaborate কৰি কাম কৰিলে সকলোৱে উপকৃত হব |
৫) আপোনাৰ ব্যস্ত জীৱনৰ এটা দিন এই অনুষ্ঠানৰ বাবে প্ৰয়োজন |
৬) আপুনি এই Message তো পোৱাৰ পাছত, আপোনাৰ কি মতামত বা আপোনাৰ দিহা পৰামৰ্শ এটা Video clip জৰিয়তে ৯৬৭৮৪৩৫৯৫৭ নম্বৰলৈ প্ৰেৰণ কৰক |
৭) আপোনি আপোনা channel ৰ নাম উক্ত Video clip ত উল্লেষ কৰিবলৈ নাপাহৰিব |
৮) আপুনি উক্ত অনুষ্ঠনৰ দিনা উক্ত ঠাইলৈ অহা-যোৱাৰ ব্যৱস্থা নিজেই বহন কৰিব লাগিব |
৯) সকলোৰে সবিধা অনুহৰি meet-up ৰ স্হান আৰু দিন লোৱা হব |
১০) অনুগ্ৰহ কৰি আপোনাৰ বহোমূলীয়া comments, Suggestions and support কৰিব বুলি আশা কৰিলো ।
ইতি
আপোনালোকৰ বিশ্বাসী
মজ্ঞিত তাঁতী
ডিব্ৰুগড়, অসম
৯৬৭৮৪৩৫৯৫৭