Nayanmoni Dairy Fram

Nayanmoni Dairy Fram Animal lover & Happy

21/08/2026
আজি আমাৰ নতুন প্ৰতিষ্ঠানটোৰ (Nayanmoni Dairy milk ATM)শুভ উদ্বোধন কৰা হ’ল। আমাৰ প্ৰতিষ্ঠানটি উদ্বোধন কৰিবলৈ অহা AGCL-ৰ ভ...
17/08/2026

আজি আমাৰ নতুন প্ৰতিষ্ঠানটোৰ (Nayanmoni Dairy milk ATM)শুভ উদ্বোধন কৰা হ’ল। আমাৰ প্ৰতিষ্ঠানটি উদ্বোধন কৰিবলৈ অহা AGCL-ৰ ভাইচ প্ৰেচিডেণ্ট ইন্দ্ৰ গগৈ Indra Gogoi ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আমাৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজতো তেখেতে আহি আমাক উৎসাহ আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ’ম। ইয়াৰ লগতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহা সমূহ অতিথি বৃন্দকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।

Happy independence day 🫡🎆
15/08/2026

Happy independence day 🫡🎆

15/08/2026

চহৰৰ মানুহ এজন ডেইৰী ফাৰ্মলৈ গ’ল আৰু দেখিলে যে খেতিয়ক এজনে গৰু এজনীৰ সৈতে কথা পাতি আছে।চহৰৰ মানুহে সুধিলে, "আপোনাৰ গৰু Labh (লাভ) কৰেনে আপোনাৰ কথা?"খেতিয়কজনে উত্তৰ দিলে, "নিশ্চয়! আচলতে তাই বৰ বুদ্ধিমান। কালি মই তাইক সুধিছিলো কি খাবা, আৰু তাই ক’লে 'Moo' (অৰ্থাৎ অসমীয়াত 'আৰো' বা 'মূউ')!

15/08/2026

Wishing everyone a very Happy Independence Day from all of us at Nayanmani Dairy Farm! Proud to serve pure goodness every single day.

Address

Duliajan
Dibrugarh
786602

Website

Alerts

Be the first to know and let us send you an email when Nayanmoni Dairy Fram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share