05/02/2026
জোনাক~
খিৰকীৰ ফাকেদি দেখোন সেয়া,
~ জোনাক পোহৰ।
সৰি পৰে যেতিয়া ʼ____
নিয়ৰৰ টোপালবোৰৰ
জোন জোনাক আকাশ ৰাতি,
একেলগে হেক হয় ।
মোৰ প্ৰতি টো জোনাক ৰাতি,
আপোনাৰ স্মৃতিত পাৰ হয় ।।।