Pinki Konwar

Pinki Konwar সপোনৰ বাটত এটি সুন্দৰ যাত্ৰা 😊😊

28/05/2025

মৰমৰ কলেজখন‌♥️♥️♥️

Send a message to learn more

27/05/2025

সঁচা কি আৰু মিছা কি জনাৰ‌ পাছতো সন্মুখৰ ব্যক্তিজনে যেতিয়া মিছা কথাটোকহে সঁচা কৰিবলৈ চেষ্টা কৰে । তেতিয়া আচলতে হাঁহিহে‌ উঠে । সেই ব্যক্তিয়ে হয়তো পাহৰিয়েই‌ যায় মিছা বোৰ যে বেছিদিন নিটিকে । 😁

20/03/2025

আমাৰ জীৱনৰ বহু সপোন যেন সময়ত কেৱল ভ্ৰমহে হৈ পৰে।
এই যে যেতিয়ালৈকে জীৱনত এটা স্থায়ী সংস্থাপন নাপাওঁ তেতিয়ালৈ ভাবি থকা বহু সপোন সময়ত কেৱল ভ্ৰম বুলিহে ক'ব পাৰি। একেদৰে কোনো ব্যক্তি যেতিয়া আমাৰ জীৱনৰ পৰা হেৰাই যায় আৰু আমি উভতি অহাৰ অপেক্ষাত বহু সময় পাৰ কৰি দিওঁ সেয়াও কিন্তু আমাৰ জীৱনৰ ভ্ৰমহে । সত্য এয়াই যে এবাৰ আঁতৰি যোৱা মানুহ পুনৰ কেতিয়াও উভতি নাহে ।

16/03/2025

আপুনিও আপোনাৰ সকলো হতাশা দূৰ কৰি জীৱনত সফল হʼব পাৰিব । সাফল্যৰ পোহৰত আপোনাৰ জীৱনো আলোকিত আৰু সতেজ হʼব পাৰে। কিন্তু তাৰবাবে আপুনি নিজক অলপ পৰিৱৰ্তন কৰি লʼব লাগিব । আৰু এই পৰিৱৰ্তনৰ মাজেদিয়েই আপুনি আপোনাৰ আকাংক্ষিত সাফল্যৰ পিনে আগবাঢ়ি যাবলৈ সক্ষম হʼব ।

✒️ ড০ পাৰ্থ চট্টোপাধ্যায়

Address

Digboi

Website

Alerts

Be the first to know and let us send you an email when Pinki Konwar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share