Hem Bora

Hem Bora Secretary of BJP langpher mandal committee.

আন্তৰিক অভিনন্দন জনালোঁ।  BJPKarbiAnglong_OfficialNiso Terangpi Madhuram Lekthe Mohendra Lekthe
04/05/2026

আন্তৰিক অভিনন্দন জনালোঁ।

BJPKarbiAnglong_Official
Niso Terangpi
Madhuram Lekthe
Mohendra Lekthe

আকৌ এবাৰ বিজেপি চৰকাৰ   #বিজেপিHimanta Biswa Sarma Tuliram Ronghang  BJPKarbiAnglong_Official Madhuram Lekthe Mohendra L...
07/04/2026

আকৌ এবাৰ বিজেপি চৰকাৰ
#বিজেপি
Himanta Biswa Sarma
Tuliram Ronghang
BJPKarbiAnglong_Official
Madhuram Lekthe
Mohendra Lekthe

110 নং ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত ৫৭ উদলি এল পি স্কুল বাওঁফাল সাংগঠনিক সভাত উপস্থিত থাকি আগন্তুক বিধান সভা নিৰ্বাচন...
25/03/2026

110 নং ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত ৫৭ উদলি এল পি স্কুল বাওঁফাল সাংগঠনিক সভাত উপস্থিত থাকি আগন্তুক বিধান সভা নিৰ্বাচনৰ ওপৰত বুথৰ কাৰ্যকৰ্তা সকলৰ লগত মত বিনিময় কৰোঁ।
#মোৰবুথসকলোতকৈমজবুত

BJPKarbiAnglong_Official
Madhuram Lekthe

15/03/2026

মহিলাৰ উদমিতা আঁচনিৰে উপকৃত হোৱা আইমাতৃ গৰাকীৰ দোকান খন।
ধন্যবাদ জ্ঞাপন কৰিছে বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক


Himanta Biswa Sarma
Tuliram Ronghang
BJP Assam Pradesh
BJPKarbiAnglong_Official
Madhuram Lekthe
Mohendra Lekthe
Roland Killing

আজি ভাজপা লাংফেৰ মণ্ডল সমিতিৰ কাৰ্যলয়ত সন্মানীয় শ্ৰীযুত Madhuram Lekthe (EM KAAC)ডাঙৰীয়াৰ উপস্থিতিত আৰু শ্ৰীযুত Mohen...
07/03/2026

আজি ভাজপা লাংফেৰ মণ্ডল সমিতিৰ কাৰ্যলয়ত সন্মানীয় শ্ৰীযুত Madhuram Lekthe (EM KAAC)ডাঙৰীয়াৰ উপস্থিতিত আৰু শ্ৰীযুত Mohendra Lekthe ডাঙৰীয়াৰ সভপতিত্বত অনুষ্ঠিত হোৱা জৰুৰী সভা খন ।

BJP Assam Pradesh
BJPKarbiAnglong_Official
Tuliram Ronghang
Roland Killing

Glimpse of Booth level tour program at Bakalia hindi school R/W -54 and Rasta bhasa ME school-234 polling stations under...
06/03/2026

Glimpse of Booth level tour program at Bakalia hindi school R/W -54 and Rasta bhasa ME school-234 polling stations under The Langpher constituency.

In presence of Sjt Bijoy Terang Secretary ST Morcha ,Sjt Juseph Rongpi Mandal excutive Member ,Sjt Rajesh Kumar Sk convenor Ramanand Yadav Ramanand Yadav Sk convenor,Sjt Ashuk Singh District Excutive Member,Sjt Sanjit Dera and local leaders.



Himanta Biswa Sarma
BJP Assam Pradesh
BJPKarbiAnglong_Official
Tuliram Ronghang
Roland Killing
Madhuram Lekthe
Mohendra Lekthe
Madhuram Lekthe Fan's Club(Langpher)

Today Shakti Kendra wise page incharge sanmilon at Bakalia Shakti Kendra under The BJP Langpher Mandal Committee. In pre...
05/03/2026

Today Shakti Kendra wise page incharge sanmilon at Bakalia Shakti Kendra under The BJP Langpher Mandal Committee. In presence of Sjt Mohendra Lekthe president of BJP LMC ,Smt Anita Saikia VP LMC,Sjt Bhabesh NJ Gogoi GS LMC, Sjt Khitish Sharma SK convenor and party karyakarta.
BJPKarbiAnglong_Official
Madhuram Lekthe

যোৱা কালি বুথ বিজয় সংকল্প অভিযানৰ অংশ স্বৰূপে ভাজপা লাংফেৰ মণ্ডল সমিতিৰ অৰ্ন্তগত ৰজাপথাৰ তেৰাং গাওঁ LP school 226 L/W ত...
04/03/2026

যোৱা কালি বুথ বিজয় সংকল্প অভিযানৰ অংশ স্বৰূপে ভাজপা লাংফেৰ মণ্ডল সমিতিৰ অৰ্ন্তগত ৰজাপথাৰ তেৰাং গাওঁ LP school 226 L/W ত সন্মানীয় শ্ৰীযুত মধুৰাম লেকথে( EM KAAC) ডাঙৰীয়া আৰু নগৰ সমিতিৰ অধ্যক্ষ শ্ৰীযুত হেমছিং টেৰণ ডাঙৰীয়াৰ লগত উপস্থিত থাকি ভোটাৰ তথা বুথৰ কাৰ্যকৰ্তা সকলৰ লগত মত বিনিময় কৰোঁ ।


#বিজেপি

BJP Assam Pradesh
BJPKarbiAnglong_Official
Tuliram Ronghang
Madhuram Lekthe
Mohendra Lekthe

আজি ভাজপা লাংফেৰ মণ্ডল সমিতিৰ কাৰ্যলয়ত লাংফেৰ minority মৰ্চাৰ মহিলা সন্মিলনত অংশগ্ৰহণ কৰোঁ। সভা খনৰ সভাপতিত্ব কৰে minor...
03/03/2026

আজি ভাজপা লাংফেৰ মণ্ডল সমিতিৰ কাৰ্যলয়ত লাংফেৰ minority মৰ্চাৰ মহিলা সন্মিলনত অংশগ্ৰহণ কৰোঁ। সভা খনৰ সভাপতিত্ব কৰে minority মৰ্চাৰ সভাপতি শ্ৰীযুত জেনছিং কামছা ডাঙৰীয়া আৰু উপস্থিত থাকে মহিলা মাৰ্চৰ সভানেত্ৰী শ্ৰীযুতা জোনাকী লেকথিপী ডাঙৰীয়ানী লগতে বহু কেইজন জেষ্ঠ কাৰ্যকৰ্তা ।
BJPKarbiAnglong_Official
BJP Assam Pradesh
Tuliram Ronghang
Madhuram Lekthe
Mohendra Lekthe
Roland Killing
Madhuram Lekthe Fan's Club(Langpher)

আজি ভাজপা লাংফেৰ মণ্ডল সমিতিৰ কাৰ্যলয়ত মন কি বাত অনুস্থানত উপস্থিত থাকো ।   #বিজেপি         Tuliram Ronghang BJP Assam ...
22/02/2026

আজি ভাজপা লাংফেৰ মণ্ডল সমিতিৰ কাৰ্যলয়ত মন কি বাত অনুস্থানত উপস্থিত থাকো ।
#বিজেপি


Tuliram Ronghang
BJP Assam Pradesh
BJPKarbiAnglong_Official
Madhuram Lekthe
Mohendra Lekthe
Madhuram Lekthe Fan's Club(Langpher)

Address

Diphu

Website

Alerts

Be the first to know and let us send you an email when Hem Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share