LaoPani Time

LaoPani Time Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from LaoPani Time, Media/News Company, Doom-Dooma.

01/12/2023
আজি লাউপানীত উত্তৰ পূব সাংস্কৃতিক সমন্বয় আৰু লাউপানীত অবস্থিত ভজনী উপ স্বাস্থ্য় কেন্দ্ৰ শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়...
06/08/2023

আজি লাউপানীত উত্তৰ পূব সাংস্কৃতিক সমন্বয় আৰু লাউপানীত অবস্থিত ভজনী উপ স্বাস্থ্য় কেন্দ্ৰ শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই শুভ উদ্ধোধন কৰে |

আজি ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই লাউপানী,চিচিনী,ভজনী,বগৰী বাৰী,খেৰবাৰী,হাতিঘুলী,উদয়পুৰত হৈ থকা গঢাখনীয়াৰ প্ৰতিবাদ কৰি ছৈখ...
04/08/2023

আজি ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই লাউপানী,চিচিনী,ভজনী,বগৰী বাৰী,খেৰবাৰী,হাতিঘুলী,উদয়পুৰত হৈ থকা গঢাখনীয়াৰ প্ৰতিবাদ কৰি ছৈখোবা বাছ আস্থানৰ সন্মুখত 3 ঘন্টীয়া অবস্থান ধৰ্মঘট কৰে |

বনৰীয়া হাতীৰ উপদ্ৰব ধলাৰ চিচিনী,ভজনী,লাউপানীত আজি নিশা প্ৰায় ১০/১১ মান বজাত আমাৰ ভজনী গাওঁৰ প্ৰবীন ভণ্ডাৰি নামৰ ব্যত্তি...
21/07/2023

বনৰীয়া হাতীৰ উপদ্ৰব ধলাৰ চিচিনী,ভজনী,লাউপানীত
আজি নিশা প্ৰায় ১০/১১ মান বজাত আমাৰ ভজনী গাওঁৰ প্ৰবীন ভণ্ডাৰি নামৰ ব্যত্তি জনৰ ঘৰত ৪/৫ টকা বনৰীয়া হাতী আহি সকলো ঘৰ ধানৰ ভৰাল ভাঙি বিভিন্ন ধৰণৰ ক্ষয়-ক্ষতি কৰি গুচি যায় আৰু হাতীৰ জাক খেদিবলৈ যাওতে মানুহক আক্ৰমণ কৰিবলৈ খেদা মাৰে।

ধলা, লাউপানীত  গঢাখনীয়া ,স্থায়ী সমাধানৰ দাবী ,স্থানীয় ৰাইজৰ |
18/07/2023

ধলা, লাউপানীত গঢাখনীয়া ,স্থায়ী সমাধানৰ দাবী ,স্থানীয় ৰাইজৰ |

Address

Doom-Dooma

Website

Alerts

Be the first to know and let us send you an email when LaoPani Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share