DEV BHUMI LIVE

DEV BHUMI LIVE আপোনাৰ অঞ্চলৰ প্ৰতিটো খৱৰ, প্ৰতিটো ক্ষণত।
Live, Local, Reliable, Fast Update. UDYAM REGISTRATION
UDYAM -AS-26-0002919

10/06/2026

আদিবাসী আৰু চাহ জনজাতি ছাত্ৰ -ছাত্ৰীৰ বাবে ভাল খবৰ। অহা ২০ জুলাই ২০২৬ চনৰ পৰা চাকৰি Job , বৃত্তি Scholarship আৰু নাম ভৰ্তিৰ Addmission বাবে প্ৰয়োজনীয় কেইবাটাও নথিপত্ৰ হব বিনামূলীয়া। অসম আদিবাসী জাগ্ৰিতি সমিতি, তিনিচুকীয়া জিলা সমিতিৰ অধ্যক্ষ শ্ৰীযুত ডেভিড লাকড়াৰ এই ঘোষণা। AAJ SERVICES ডূমডূমা শাখাক এই দ্বায়িত্ব অৰ্পণ। অহা ২০ জুলাইৰ পৰা আৰম্ভ হ'ব এই কাম। এই অনলাইন আবেদন প্ৰক্ৰিয়া বাবে খোলা হৈছে এক বিশেষ তথ্য - সেৱা কেন্দ্ৰ। ইয়াত ছাত্ৰ-ছাত্ৰী সকলৰ অতি প্ৰয়োজনীয় নথিপত্ৰ যেনে - PRC Certificate, NCL Certificate, Income Certificate, Digital Ration Card, Digital NRC Certificate বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। যিসকল আদিবাসী আৰু চাহ জনজাতি ছাত্ৰ -ছাত্ৰী এতিয়ালৈকে এই নথিপত্ৰ বনাব পৰা নাই এতিয়াই যোগাযোগ কৰক। 9101880371 এই নম্বৰ সৈতে যোগাযোগ কৰক।

07/06/2026
06/06/2026

কি আচৰিত, নহয় জানো, চোৱাচোন।

30/05/2026
29/05/2026

দাইচজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
আমি কি কৰিম আমি নাজানো কিন্তু মেনেজাৰ ওপৰত বেয়াকে ব্যৱস্থা লয়।

36 জনজাতি পৰিষদৰ, কেন্দ্ৰীয় সমিতিৰ প্ৰস্তাৱসমূহ।
28/05/2026

36 জনজাতি পৰিষদৰ, কেন্দ্ৰীয় সমিতিৰ প্ৰস্তাৱসমূহ।

Address

Multifaceted Complex, Kako Road, Rupai Siding
Doom-Dooma
786153

Alerts

Be the first to know and let us send you an email when DEV BHUMI LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share