Pramchi

Pramchi Welcome to Pramchi Official Page

20/10/2025

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা সমিতিৰ অতিথ্যত জাতীয় চেতনা দিৱস লগত সংগতি ৰাখি দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱনত "শ্বহীদ কনকলতা বঁটা" প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

19/10/2025

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত পুনৰ আৰম্ভ কৰিব আন্দোলন।

19/10/2025

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত পুনৰ আৰম্ভ কৰিব আন্দোলন।
নিখিল ৰাভা ছাত্ৰ সন্থা(আৰছু) নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে যৌথ ভাবে আয়োজন কৰা সংবাদ মেলত আন্দোলনৰ কাৰ্যসূচী ঘোষণা।

05/10/2025

মেঘালয়ৰ National Skill Training Institute(NSTI-w) ,Tura ত অধ্যয়ন কৰি উত্তৰ-পূৱ মণ্ডলৰ ২০২৫ বৰ্ষৰ ITI ৰ প্ৰসাধন বিজ্ঞানত শীৰ্ষস্থান লাভ কৰি ২ অক্টোবৰ ২০২৫ ইং তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত চতুৰ্থ কৌশল দীক্ষান্ত সমাৰোহ-২০২৫ ত উপস্থিত থাকি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সন্মান গ্ৰহণ কৰা অসমৰ গোৱালপাৰা জিলাৰ বামুনডাঙ্গা নিবাসী বন্দিতা দেবী ৰাভালৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷

22/09/2025
22/09/2025

পোহৰলৈ আহিছে জুবিন গাৰ্গৰ আন এক ভিডিঅ’

19/09/2025
Oath taking Ceremony of Executive councillor RHAC
05/07/2025

Oath taking Ceremony of Executive councillor RHAC

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস
20/06/2025

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

Address

Damara Road Near Ambika Chineaplace
Dudhnai

Alerts

Be the first to know and let us send you an email when Pramchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category