Ram Kurmi

Ram Kurmi জহাৰ৷৷ নমস্কাৰ৷৷ Welcome to Our Page ৷৷
🏚️From Bordubi,Tinsukia
🔷Guwahati since 2022
📚 M.com - Accounting & Finance 🎓
🎂Nov 3
Follow for Regular updates 🙏

কি ক'ব ৰাইজ। সম্যক জ্ঞানৰ অভাৱ আৰু ব্যাকৰণ লিখিব আহিছে।​ #বিহু  #অসম  #অসমীয়া  #অসমীয়াসংস্কৃতি  #পাঠ্যপুথিতভুল  #অসমীয়...
18/05/2026

কি ক'ব ৰাইজ।
সম্যক জ্ঞানৰ অভাৱ আৰু ব্যাকৰণ লিখিব আহিছে।

​ #বিহু #অসম #অসমীয়া #অসমীয়াসংস্কৃতি #পাঠ্যপুথিতভুল #অসমীয়া_আৱেগ #অসমীয়া_স্বাভিমান

আমি পঢ়া স্কুলৰ একালৰ শিক্ষাগুৰু কবিতা কৃষ্ণ মুৰাৰী বাইদেউ । লগ পাই ভাল লাগিল 🙏❤️
17/05/2026

আমি পঢ়া স্কুলৰ একালৰ শিক্ষাগুৰু কবিতা কৃষ্ণ মুৰাৰী বাইদেউ । লগ পাই ভাল লাগিল 🙏❤️

16/05/2026

😱

16/05/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি লাজাৰ নন্দ ডাঙৰীয়াই আমি অসমৰ কুড়মি/কুৰ্মি সকলক একত্ৰিত হ'বলৈ আহ্বান জনায়। আছলতে আমিও অসমৰ টোটেমিক কুড়মি (কুৰ্মি) সকল একত্ৰিত হোৱাটো বিছাৰো। 

fans Ram Kurmi Ram Kurmi

16/05/2026

চাহ জনজাতি জাতীয় সন্মিলনী তিনিচুকীয়া জিলা সমিতিৰ সভাপতি (Chairman) শ্ৰদ্ধাৰ নৰেন কৈৰী ছাৰে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সুন্দৰ পৰামৰ্শ আগবঢ়াই । ছাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ❤️🙏

পোহৰ নিউজৰ মুখ্য সাংবাদিক শেষৰ নায়ক দাদা আৰু অনাতাঁৰ শিল্পী দৈৱকী নায়ক বাইদেউ।
15/05/2026

পোহৰ নিউজৰ মুখ্য সাংবাদিক শেষৰ নায়ক দাদা আৰু অনাতাঁৰ শিল্পী দৈৱকী নায়ক বাইদেউ।

14K strong! 💪 Thank you to my amazing Facebook family for all the love and support. This milestone belongs to all of us!...
14/05/2026

14K strong! 💪 Thank you to my amazing Facebook family for all the love and support. This milestone belongs to all of us! 🎉✨ Keep the love coming.

fans Ram Kurmi Ram Kurmi

আদৰণীয় পদক্ষেপ ❤️🙏
14/05/2026

আদৰণীয় পদক্ষেপ ❤️🙏

Proud sister, got 80.67% in HSLC 2026
13/05/2026

Proud sister, got 80.67% in HSLC 2026

12/05/2026

অনাঁতাৰ কণ্ঠ শিল্পী দৈৱকী নায়ক ডাঙৰীয়ানীৰ কণ্ঠত আমাৰ বাগানৰ নাৰীৰ কষ্টৰ জীৱন দৰ্শন । 

Address

Dirial Tea Estate
Duliajan
786601

Website

Alerts

Be the first to know and let us send you an email when Ram Kurmi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ram Kurmi:

Share