Rimpi Saikia

Rimpi Saikia মই এগৰাকীৰ মাতৃ। বেলেগ মাতৃৰ দৰে বহুতো তিতা মিঠা অভিজ্ঞতাৰে ভৰা মোৰ এই মাতৃত্ব জীৱন 💕

13/02/2026

11 month Manvik 🥰

With his Gayatri Mam 🥰 Fancy dress competition 🥰 he won the second prize 🏆 Chandrayaan 3 🚀
14/11/2025

With his Gayatri Mam 🥰 Fancy dress competition 🥰 he won the second prize 🏆 Chandrayaan 3 🚀

04/11/2025

Nibir 's birthday at school 😍

মোৰ কোনো কথা বা কোনো বস্তু বিচাৰি কেতিয়াও আপত্তি কৰি নোপোৱা লৰাটোৱে আজি ৫ টা বছৰ সম্পূৰ্ণ কৰিলে... ইমান সোনকালে সময়বোৰ ...
02/11/2025

মোৰ কোনো কথা বা কোনো বস্তু বিচাৰি কেতিয়াও আপত্তি কৰি নোপোৱা লৰাটোৱে আজি ৫ টা বছৰ সম্পূৰ্ণ কৰিলে... ইমান সোনকালে সময়বোৰ যাব ধৰিছে, মাক হিচাপে তাৰ প্রতি থকা দ্বায়িত্ব কিমানখিনি পালন কৰিব পাৰিছো নাজানো কিন্তু সদাই চেষ্টা কৰিছো যাতে তাক সি পাবলগীয়া খিনি দিব পাৰোঁ। কোনো মূহুর্তত অন্য কিছু দ্বায়িত্বৰ বাবে তাক কেতিয়াবা সময় দিব নোৱাৰোঁ😐 কেতিয়াবা বহুত কষ্টও পাইছে সি আমাৰ লগত তথাপিও সি আমনি নকৰে, সকলো সময়তে আমাক আমাৰ কামত সহায় কৰাৰ দৰেই হয়। ভগৱানৰ ওচৰত এটাই প্রার্থনা সি যাতে ভাল মানুহ হব পাৰে ভগৱানে যাতে তাক কুশলে ৰাখে। এতিয়া যেনেকৈ আছা সদায় যাতে এনেকৈয়ে থাকা 😘তুমি হাঁহিলেই জীৱনৰ সকলো দুখ পাহৰি যাওঁ। মোক মাতৃত্বৰ সুখেৰে গৌৰৱান্বিত কৰি তোলা বাবে বহুত বহুত ধন্যবাদ। তুমি মোৰ মান, অভিমান, মৰম, আদৰ, সাদৰ, খং, ৰাগ সকলোঁ, তুমি মোৰ জীৱন, তুমি মোৰ জীৱন বাটৰ লগৰী। জীৱনৰ আধাচোৱা বাট মই তোমাক হাতত ধৰি আগুৱাই নিম আৰু জীৱনৰ পিছৰ আধাচোৱা বাট তুমি মোৰ হাত খন কেতিয়াও নেৰিবা দেই। জন্মদিনৰ বহুত বহুত মৰম নিবিৰ। সদায় ভালে থাকা, ভাল মানুহ হবা সৎ মানুহ হবা। love you!! 😍
Happy birthday 🎂 you've grown so much but you will always be my little boy !!

26/10/2025

শিশুৰ কাঁহ চৰ্দি ভাল কৰাৰ ঘৰুৱা উপায় || Cold and Cough Home Remedies for Baby || In Assamese ||baby sordi kah hole ki koribo lagebaby sordi kashi hole ki ko...

Diwali craft 😍
20/10/2025

Diwali craft 😍

Address

Duliajan

Alerts

Be the first to know and let us send you an email when Rimpi Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rimpi Saikia:

Share

Category