Assam Entertainment official

Assam Entertainment official This is official page of Debojit

08/11/2023
⚡⚡⚡
08/11/2023

⚡⚡⚡

????? 🏆🥇🎗🏏
08/11/2023

????? 🏆🥇🎗🏏

মাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ত অলৌকিকতা   হাওৰাৰ পেৰো গৰবাটিৰ দুৰ্গা মন্দিৰত মহাষষ্টীৰ দিনা ৰাতিপুৱা মাক প্ৰতিষ্ঠা কৰা সম...
23/10/2023

মাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ত অলৌকিকতা

হাওৰাৰ পেৰো গৰবাটিৰ দুৰ্গা মন্দিৰত মহাষষ্টীৰ দিনা ৰাতিপুৱা মাক প্ৰতিষ্ঠা কৰা সময়ত মন্দিৰৰ লগতে লাগি থকা পুখুৰী পাৰত গা ধুই তিয়নী ৰূপে এৰি থৈ অহা এখন ৰঙা ফ্ৰিঞ্জযুক্ত বগা শাৰী উদ্ধাৰ হয় লগতে পুখুৰীৰ পৰা মন্দিৰৰ ৰ্গভগৃহলৈকে থকা তিনিখন ৰ্দজাত তিনিটা বন্ধ তলা থকাৰ পিচতো সমস্ত ৰাষ্টাটোত ৰঙা আলটাৰ ভৰিৰ চাপ স্পষ্ট ৰূপে পৰে ৷ তাত থকা ভৰিৰ ছাপবোৰে স্পষ্টকৈ সূচায় যে মা সঁচাকৈয়ে আমাৰ মাজত বিৰাজমান

জয় মা ৰ্দুগতিনাসিনী

I m belong from this era 💚
06/10/2023

I m belong from this era 💚

04/10/2023

এই যে কেতিয়াবা কিছুমান অভিভাৱকে ঘৰৰ বাহিৰত শিক্ষা গ্ৰহণ কৰি থকা সন্তানক কয়—★★★

♦️বিহু বুলি যদি ঘৰলৈ আহিব বিচাৰে : "বিহুহে। নালাগে আহিব ঘৰলৈ। এনেয়ে পঢ়া খতি কৰিব নালাগে। পঢ়া-শুনাত মন দে।"

♦️পৰিয়ালৰ কাৰোবাৰ যদি মৃত্যু হৈছে : "মৰাটো মৰি গ'ল। তাৰ কাৰণে পঢ়া খতি কৰি কিয় আহিব লাগে? শ্ৰাদ্ধৰ দিনা অলপ সময়ৰ কাৰণে এপাক আহি যাবি।"

♦️ঘৰত যদি বছেৰেকীয়া কিবা এভাগ আয়োজন কৰিছে : "ঘৰত এনেয়ে ভকত দুজনমান আহি অকণমান নাম-প্ৰসঙ্গ কৰিব। তই নাহিলেও হ'ব। তোৰ ইয়াত একো কাম নাই নহয়। এনেয়ে পঢ়া খতি কৰিব নালাগে।"

♦️কাৰোবাৰ ঘৰলৈ যদি যাব বিচাৰে : "মাতিলেই যাব লাগে নে? পঢ়া-শুনা খতি কৰি (আত্মীয় বা বন্ধু - বান্ধৱীৰ ঘৰলৈ) কিয় যাব লাগে ? এদিন ক্ষতি হোৱা মানে বহুত ক্ষতি। নোৱাৰ যাব।"

♦️"বিয়া বুলিয়েই পঢ়া খতি কৰি আহিব নালাগে। আমি আছোঁ নহয়। তই আহি কি কৰিবি? বিয়াৰ দিনা আহি আকৌ গুচি যাবি।"
(এইয়া মাথোঁ কেইটামান উদাহৰণহে।)

এনেদৰেই আঁতৰাই নিয়া হয় পৰিয়াল আৰু সমাজৰ দায়ৱদ্ধতাৰ পৰা। বিচ্ছিন্ন কৰা হয় সম্পৰ্কবোৰৰ পৰা। লাহে লাহে সৃষ্টি হয় এটি এটি মানৱৰূপী যন্ত্ৰৰ। ইয়াৰ বাবে জগৰীয়া কোন?⁉️

😢 সন্তানৰ প্ৰতিদান😢বন্ধ ঘৰৰ ভিতৰত পৰি আছে বৃদ্ধাৰ মৃতদেহ। এদিন, দুদিন…কিমান দিন মৃতদেহ পৰি আছে নাজানে কেলিফৰ্ণিয়াত থকা ব...
03/10/2023

😢 সন্তানৰ প্ৰতিদান😢
বন্ধ ঘৰৰ ভিতৰত পৰি আছে বৃদ্ধাৰ মৃতদেহ। এদিন, দুদিন…কিমান দিন মৃতদেহ পৰি আছে নাজানে কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰই। আনকি মাতৃৰ মৃত্যুৰ খবৰ নাপালে একেখন ঘৰৰে আনটো পাৰ্টত থকা মানসিকভাৱে অসুস্থ জ্যেষ্ঠ কন্যাই। জন্মদাত্ৰীৰ মৃত্যুৰ খবৰ ওলাল গেংটকত থকা সৰু পুত্ৰ ঘৰ আহি পোৱাৰ পাছত। বাৰে বাৰে মাতিও মাকৰ সঁহাৰি নোপোৱাত খিৰিকিৰ জলঙাৰে জুমি চাই সৰু পুত্ৰই দেখিলে ভয়ংকৰ দৃশ্য। বিচনাত পৰি আছে মাতৃৰ উৱলি যোৱা দেহ। জহি খহি গৈছে বৃদ্ধাৰ শৰীৰ। সেই দৃশ্য দেখাৰ পাছত কৰিবলগা একো নাছিল।

তাৰ খন্তেক পাছতে পুত্ৰৰ পৰা খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৭৫ বছৰীয়া অনুপমা দত্তৰ মৃতদেহ। নিৰৱে আঁতৰি গ’ল অনুপমা দত্ত, কিন্তু ৫৫ বছৰ পূৰ্বে ২ পুত্ৰ আৰু এগৰাকী কন্যাৰ কলৰৱেৰে মুখৰ হৈ আছিল যোৰহাটৰ ধোৱাপুখুৰীৰ ঘৰখন। জীৱনৰ সোণালী সময় উচৰ্গা কৰি অনুপমা দত্তই তুলি তালি খুটি খাব পৰা কৰিছিল ৩ সন্তানক। মাকৰ মৰমৰ বান্ধোন ছিঙি ওলাই গৈছিল ডাঙৰ মানুহ হ’ব খোজা ২ পুত্ৰ। হৈছিলো ‘ডাঙৰ মানুহ’। সাত সাগৰ তেৰ নদী পাৰ হৈ কেলিফৰ্ণিয়াত থিতাপি লৈছিল বৰ পুত্ৰই। গেংটকত সৰু পুত্ৰ।

যোৰহাটৰ ধোৱাপুখুৰীৰ উৱলি যোৱা ঘৰখনত মানসিকভাৱে অসুস্থ বায়েকৰ সৈতে আছিল ৭৫ বছৰীয়া মাতৃ। কাৰো হাতত সময় নাই। কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰ কাচিৎ আহে মাতৃৰ কাষলৈ। গেংটকৰ সৰু পুত্ৰই ৩ মাহৰ মূৰে মূৰে আহি টকা সিকা দি যাইহি মাতৃক। সৰু পুত্ৰই দি যোৱা ধনেৰে নিজেই চাউলমুঠি সিজাই খাইছিল ৭৫ বছৰীয়া অনুপমা দত্তই। নিজেই কৰি খাব পৰা হৈ থকা কাৰণে পুত্ৰই হেনো গোটাই দিয়া নাছিল বন কৰা মহিলা। মাকৰ হাতত মোবাইল এটাও দিয়া নাছিল উচ্চ শিক্ষিত ২ পুত্ৰই। আনকি ২ পুত্ৰই প্ৰতিবেশীৰ পৰাও খবৰ খাতি লোৱা নাছিল মানসিকভাৱে অসুস্থ বায়েকৰ সৈতে থকা ৭৫ বছৰীয়া মাতৃৰ।
পোনে পোনে ৩ মাহৰ পাছত গেংটকৰ পৰা ঘৰত উপস্থিত হোৱা সৰু পুত্ৰই জীৱন্ত অৱস্থাত নাপালে মাতৃক। জীৱনৰ মায়া এৰি মাতৃ নিৰৱে আঁতৰি যোৱা সময়ত আপোন ভাবত মগন হৈ আছিল একেখন ঘৰতে থকা মানসিকভাৱে অসুস্থ কন্যা। দুই পুত্ৰ আৰু কন্যাৰ বাবে জীৱনৰ সোণালী সময় উচৰ্গা কৰা অনুপমা দত্তৰ এনে একাকী মৃত্যুৱে যেন সোঁৱৰাই দিলে আধুনিক জীৱনৰ কৰুণ গাঁথা।

ফটোখন চাই বুকু কঁপি গৈছে । একেটা ঘৰতে নিজৰ জীয়েক থকাৰ পিছতো নিজ মাতৃৰ গলিত মৃতদেহৰ বিষয়ে একো নাজানে ।  এনে নাৰী নামৰ কলং...
03/10/2023

ফটোখন চাই বুকু কঁপি গৈছে । একেটা ঘৰতে নিজৰ জীয়েক থকাৰ পিছতো নিজ মাতৃৰ গলিত মৃতদেহৰ বিষয়ে একো নাজানে । এনে নাৰী নামৰ কলংকিত সেই সোণৰ পদকধাৰী নৰাধমগৰাকীক জে'লৰ ভিতৰতো এনে শাস্তি দিবলৈ যোৰহাট জিলা প্ৰশাসনক কৰযোৰে অনুৰোধ জনাইছোঁ । অভিযন্তা পুত্ৰ দুজনকো ভগৱানে এনে শাস্তি দিয়ক । পুত্ৰ নামৰ কলংক এইবোৰ ।

যন্ত্ৰৱৎ শিক্ষাৰ কৰুণ পৰিণতি, এগৰাকী মাতৃয়ে অনাহাৰত দিন কটাই মৃত্যুক সাৱটি ললে😥 দুই পুত্ৰ অভিযন্তা, পুত্ৰী কাষতে সদায় আছিল। কিন্তু মাতৃৰ মৃত্যুৰ কথা কোনেও গম নাপালে। শিক্ষিত সমাজ আজি কোন দিশে, চিন্তনীয় বিষয় হৈ পৰিছে। উৱলি যোৱা শৰীৰ, উফ কবলৈ একো ভাষা নাই😥

ছবিখন ভালদৰে চাওক।দুটা কাছ দেখা পাইছে নিশ্চয়! কিন্তু আপোনাৰ চকুযোৰ ৭৫% মুদি চাওকচোন।মানে ২৫% খোলা ৰাখক চকুযোৰ।এতিয়া ছবিখ...
26/09/2023

ছবিখন ভালদৰে চাওক।দুটা কাছ দেখা পাইছে নিশ্চয়! কিন্তু আপোনাৰ চকুযোৰ ৭৫% মুদি চাওকচোন।মানে ২৫% খোলা ৰাখক চকুযোৰ।এতিয়া ছবিখনলৈ লক্ষ্য কৰক, দীঘল চুলি থকা ক্লাচিক লুকত 'মহেন্দ্ৰ সিং ধোনি'ক দেখা পাব।

Address

Duliajan

Alerts

Be the first to know and let us send you an email when Assam Entertainment official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Entertainment official:

Share