Right News NE

  • Home
  • Right News NE

Right News NE কেৱল সত্য আৰু ৰাইজৰ পক্ষত

02/07/2025

📌অৱশেষত মুছলমান লোকে প্রান ৰক্ষা কৰিলে পংকজ পাঠক!
📌কিয় আঠু কাঢ়িব লগা হ'ল গোৱালপাৰাত?
📌কান্দি কান্দি গোৱালপাৰা ঘটনাৰ সবিষেশ ক'লে পংকজ পাঠকে।

📌নীলাছবিৰ ৰঙীণ জগত খনত প্ৰৱেশ কৰিলে নেকি অসমীয়া জীয়ৰী অৰ্চিতা ফুকনে? 📌শেহতীয়াকৈ ইনষ্ট্ৰাগ্ৰামত দেখা গ'ল এগৰাকী আমেৰিকান ...
02/07/2025

📌নীলাছবিৰ ৰঙীণ জগত খনত প্ৰৱেশ কৰিলে নেকি অসমীয়া জীয়ৰী অৰ্চিতা ফুকনে?
📌শেহতীয়াকৈ ইনষ্ট্ৰাগ্ৰামত দেখা গ'ল এগৰাকী আমেৰিকান পর্ণ ষ্টাৰ অভিনেত্ৰীৰ লগত অৰ্চিতাক।
📌নীলা ছবিৰ জগত খনত তেঁওৰ পৰা উৎসাহ পোৱাৰ কথাও সদৰী কৰে।
📌 এইয়া এগৰাকী অসমীয়া জীয়ৰীৰ বিশ্বমুখী যাত্ৰা।
📌ইতিমধ্যে চৰ্চিত হৈছে চৌদিশে।

28/06/2025

২৬ৰ বিধান সভা নিৰ্বাচনৰ বাবে সাজু অধিবক্তা আকবৰ হুছেইন।
ছমৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব অধিবক্তা গৰাকীয়ে।

25/06/2025

২০২৬ৰ বিধান সভা নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছৰ মুখপাত্ৰ অধিবক্তা ৰফিকুল ইছলাম।
ছমৰীয়া সমষ্টিৰ ন্যায় প্ৰাপ্তিৰ যুঁজত অৱতীৰ্ণ হৈছে অধিবক্তা গৰাকীয়ে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, সাইজ উদ্দিন আহমেদ'ক পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ হিচাপে  নিযুক্তি প্ৰদান...
15/06/2025

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, সাইজ উদ্দিন আহমেদ'ক পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ হিচাপে নিযুক্তি প্ৰদান। কৰাত তেখেতৰ অনুগামীসকল উৎফুল্লিত হৈছে৷

13/06/2025

আমেৰিকাই ভাৰতৰ বিৰুদ্ধে বিষ উলিয়াই দিয়া পাকিস্তানৰ জেনেৰেল অসীম মুনিৰক সেনা দিৱসলৈ আমন্ত্ৰণ জনাইছে।

📌প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।📌প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ ...
10/06/2025

📌প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।
📌প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ।
📌মাধ্যমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ।
📌উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ।

29/05/2025

বাবুল আলী হাজৰীকাৰ কথাবোৰ মুছলিম সকলে এবাৰ শুনিবছোন....

28/05/2025

27/05/2025

📌 মোৰ পূৰ্বপুৰুষ ভাৰতীয়
📌 ডিঙিত গামোচা পিন্ধি বাংলাদেশৰ পৰা খাইৰুলে কৈছে আমি ভাৰতীয়
📌 মোৰ লগত অন্যায় কৰা হৈছে অসমৰ মাটিত শিক্ষকতা কৰা খাইৰুল ইছলামৰ বিলৈ।
📌 এই মন্তব্য শিক্ষক খাইৰুল ইছলামৰ

আপোনিও জনাব পাৰে গৌৰৱ গগৈক অভিনন্দন...অধিবক্তা কুৰবান আলীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি শ্ৰীযুত গৌৰৱ গগৈ...
26/05/2025

আপোনিও জনাব পাৰে গৌৰৱ গগৈক অভিনন্দন...অধিবক্তা কুৰবান আলীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি শ্ৰীযুত গৌৰৱ গগৈক আন্তৰিক অভিনন্দন জনাই লগতে সৰ্বভাৰতীয় সভাপতি মাননীয় মল্লিকাৰ্জন খাৰ্গে'ক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলে।

24/05/2025

📌 শৃংখল চলিহা'ক উভতি ধৰিলে হিন্দুত্ববাদী নেতা মনোজ ডেকাই।
📌শৃংখল চলিহা পৰজীৱী প্ৰাণী!
📌শৃংখল চলিহাৰ উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে?

Address


Alerts

Be the first to know and let us send you an email when Right News NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Right News NE:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share