11/03/2026
নিজৰ যুদ্ধ নিজে জিকিবলৈ শিকক 🔥নমস্কাৰ বন্ধুসকল,
আজিৰ এই ভিডিঅ’টো সেইসকলৰ বাবে যিসকলে জীৱনৰ কঠিন সময়ত ভাগৰি পৰিছে। এই ভিডিঅ’টোত আমি আলোচনা কৰিছো কেনেকৈ অকলশৰীয়া যাত্ৰাত নিজক শক্তিশালী কৰি তুলিব পাৰি আৰু মা-দেউতাৰ সপোনবোৰ পূৰণ কৰিব পাৰি।
মনত ৰাখিব, আপোনাৰ সংগ্ৰামেই এদিন আপোনাৰ সফলতাৰ কাহিনী হ’ব। ভিডিঅ’টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেন্তে এজন প্ৰিয় বন্ধুক শ্বেয়াৰ কৰিব।
In this video:
How to stay strong in lonely times.
Motivation for students and youth of Assam.
Respecting parents' hard work and dreams.
আমাৰ যাত্ৰাত সংগী হ’বলৈ চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব।
জয় আই অসম!