JK Assam Media

JK Assam Media Assamese news 24x7

16/04/2026

প্ৰাণৰ শিল্পী গ'ল্ডীক স্মৰণ কৰি কি ক'লে ভগ্নী ড০ পামী বৰঠাকুৰে?

31/03/2026
31/03/2026
27/02/2026

Guwahati Traffic Police : আধুনিক হ'ব গুৱাহাটী যানবাহন আৰক্ষী
যানবাহন আৰক্ষীৰ পেট্ৰলিঙৰ বাবে ডেম' বাহন
অতি শীঘ্ৰেই হয়তো গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা যাব এই বিশেষ বাহন

26/02/2026

Sherman Ali | গৌৰৱ গগৈক তুলাধূনা শ্বেৰমান আলীৰ
▶️'মই মন্দিয়া সমষ্টিত নিৰ্বাচন খেলিম সেইটো ফাইনেল'
▶️'মিত্ৰতা হওক নহওক তাক মই গুৰুত্ব নিদিওঁ'
▶️'গৌৰৱ গগৈয়ে কি কয়, মোৰ কোনো দৰকাৰ নাই'
▶️'গৌৰৱ গগৈ মোৰ কাৰণে একো নহয়'
▶️'সকলো বিৰোধী লগ হ’লেও বিজেপিক হৰুৱাব পৰাৰ সম্ভাৱনা ক্ষীণ'

26/02/2026

CONGRESS RALLY। কংগ্ৰেছে আৰম্ভ কৰিছে সময় পৰিৱৰ্তন যাত্ৰা
প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিছিল কংগ্ৰেছে
এইবাৰ গাঁও সমূহৰ ভিতৰলৈ গৈ সাধাৰণ ৰাইজৰ কাষ চাপিব কংগ্ৰেছ
জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে

24/02/2026

Hagrama mohilary funny video

23/02/2026

১০ মাৰ্চত চান্দমাৰি উৰণ সেতু মুকলি কৰা হ'ব। ১১ মাৰ্চত ডিফু আৰু যোৰহাটত নিৰ্মাণ হোৱা উৰণ সেতু উদ্বোধন কৰা হ'ব। ১১ মাৰ্চতে যোৰহাটৰ জে'লত নিৰ্মাণ কৰা উদ্যানখনো মুকলি কৰা হ'ব। ঘোষণা মুখ্যমন্ত্ৰীৰ

23/02/2026

টিকট নোপোৱাৰ পিছত কংগ্ৰেছৰ বহু মানুহ বিজেপিলৈ আহিব' : মুখ্যমন্ত্ৰী
📌'কিন্তু তেওঁলোকক আমি দিব পৰা টিকট নাই'
📌'হিন্দু মানুহ কংগ্ৰেছত নাথাকে : মুখ্যমন্ত্ৰী'

22/02/2026

Address

Gauhati
781005

Website

Alerts

Be the first to know and let us send you an email when JK Assam Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share