Democratic ASSAM

Democratic ASSAM News & Infotainment website concerning THE INTEREST OF THE PEOPLE AT FIRST - UDYAM Regd-AS-26-0013792

01/11/2025

হাতীগাঁৱৰ বিষ্ণু-জ্যোতি পথ নিবাসী ৰাইজে সূৰ্যকণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

01/11/2025

গৌৰৱ গগৈ পুৰা পাকিস্তানী এজেণ্ট ।

মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

01/11/2025

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পঞ্চম সমাবর্তন সফলভারে সম্পন্ন

মুঠ ১.৯৬৭টা ডিগ্রী প্রদান; ডি. এছ.ছি. ড' নৰেশ ত্ৰেহানলৈ, ডি.লিট, ইয়েছ দর্জী ঠংচি আৰু সঞ্জীর গোরেংকালৈ, এল.এল.ডি. মহেশ আগৰৱাললৈ

01/11/2025

এছ আই টি দলটোৱে দিনে নিশাই কাম কৰি আছে গতিকে অতি শীঘ্ৰে জুবিন গাৰ্গে ন্যায় পাব।

মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

31/10/2025

‘ৰৈ ৰৈ বিনালে’ চাই চকুলো ধৰি ৰাখিব পৰা নাই এগৰাকী যুৱতি

31/10/2025

নগাঁৱত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে Central vigilance commission আৰু Oriental insurance ৰ উদ্যোগত তাৰ্কিক প্ৰতিযোগিতা

"সৰ্তকতা আমাৰ সামূহিক দায়িত্ব" শীৰ্ষক বিষয়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ ছাত্ৰ ছাত্ৰীৰ

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম সপ্তাহ উপলক্ষে প্ৰতিবছৰে অনুষ্ঠিত হয় এই কাৰ্যসূচী

31/10/2025

✍🏻নাজিৰা বোলছবি গৃহত ৰৈ ৰৈ বিনালে 'প্ৰথমখন দৰ্শনী

✍🏻অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, নাহৰ পুলি ৰোপনৰ পিছতেই আৰম্ভ হয় বোলছবিখন

31/10/2025

পুৱা ৫বজাতে আহি উপস্থিত হৈছে ৮ বজাৰ দৰ্শনী চাবলৈ।

উচুপি উঠিল জুবিন দাৰ কথা কৈ।

31/10/2025

📌ৰৈ ৰৈ বিনালেৰ শুভ মুক্তি।

📌দেশৰ লগতে ৰাজ্যৰ ছবিগৃহ সমূহত দৰ্শকৰ পুৱাৰে পৰাই ভিৰ।

📌শিৱসাগৰ জিলাৰ ভাস্কৰজ্যোতি বোলছবিগৃহত পুৱাৰে পৰাই দৰ্শকৰ শাৰী।

📌শুভমুক্তিৰ প্ৰথম দৰ্শনীৰ পূৰ্বে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দৰ্শকৰ ।

📌আবেগিক দৰ্শক তথা অনুৰাগী। শিৱসাগৰৰ ভাস্কৰজ্যোতি বোলছবিগৃহৰ ভিতৰত ব্যতিক্ৰমী পৰিবেশ ।

📌প্ৰথম দৰ্শনীৰ পূৰ্বে দৰ্শকে মোবাইলৰ ফ্লাচ জ্বলাই একেলগে পৰিৱেশন কৰিলে "মায়াবিনী ৰাতিৰ বুকুত"।

শোকাকুল পৰিবেশত আৰম্ভ হল প্ৰথম দৰ্শনী ।

সকলোৱে একেস্বৰে চিঞৰি উঠিল জয় জুবিনদা,আমাক ন্যায় লাগে ।

31/10/2025

মেডাণ্টা ছুপাৰ স্পেচিয়েললিটি হাস্পতালৰ বৃহৎ সম্প্ৰসাৰণ

গুৱাহাটীত স্থাপন হ'ব এখন অত্যাধুনিক, ৪০০+ বিচনাযুক্ত চিকিৎসালয়

সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত অৱস্থিত হ'ব এই হাস্পতালখন

প্ৰায় ৫০০ কোটি টকাৰ বিনিয়োগেৰে এই চিকিৎসালয়খনৰ আজি ভূমি পুজন

এই বিষয়ে সংবাদমেল যোগে জনালে পৰিচালন সঞ্চালক ডাঃ নৰেশ ট্ৰেহানে

31/10/2025

নাৰেংগী গল্ড চিনেমা হ'লত হ্ৰাৰ্থৱ জুবিন গাৰ্গৰ সপোনৰ ছৱি "ৰৈ ৰৈ বিনালৈ "চাবলৈ উৎসৱমুখৰ পৰিৱেশ।

31/10/2025

বহু প্ৰত্যাশিত হ্ৰাৰ্থৱ জুবিন গাৰ্গৰ সপোনৰ ছৱি ‘ৰৈ ৰৈ বিনালে’ অসমৰ সকলো ঠাইতে পুৱাৰ ভাগতেই শুভমুক্তি লাভ কৰিলে.....

যোৰহাটৰ ইলি চিনেমা হ’ল, আইনচ আৰু স্মৃতি হ’লৰ আগত পুৱাৰ ভাগতেই উজনি অসমৰ নানা প্ৰান্তৰ পৰা দৰ্শকে দীঘল শাৰী দিছে।

ছৱি মুক্তিৰ প্ৰথম দিনেই দৰ্শকৰ উচ্ছ্বাস আৰু সমাদৰ ইমানেই যে, যোৰহাটৰ সকলো শ্ব’ হাউছফুল হৈ পৰিছে। সামাজিক মাধ্যমতো ছৱিখনৰ দৃশ্য, সংগীত আৰু সংলাপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

চলচ্চিত্ৰ সমালোচকসকলেও কৈছে—এই ছৱিটো কেৱল বিনোদনৰ বাবে নহয়, এক সন্মান, এক স্মৃতি আৰু এক সপোনৰ প্ৰতিফলন।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষ পৰ্যায়ৰ সপোন পূৰণ কৰা এই ছৱিখনে আজিৰ দিনটোত অসমীয়া চলচ্চিত্ৰ জগতত এটা নতুন ইতিহাস সৃষ্টি কৰি

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Democratic ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Democratic ASSAM:

Share