Pnk.com

Pnk.com পূৰ্বাঞ্চলৰ নতুন খবৰ🪧
নিৰপেক্ষ দৃষ্টিভংগীৰে এখোজ আগত✌️
>pnk.com<
Www.pabanneelkashyap.com

25/05/2026

⛔ যুৱ কণ্ঠশিল্পী মানস প্ৰতীমলৈ NEBUS-ৰ 'মঞ্চ কোকিল' বঁটা -
⛔ ​সংগীতৰ সাধনাৰ স্বীকৃতি: মানস প্ৰতীমলৈ 'মঞ্চ কোকিল' বঁটা, প্ৰদান কৰিলে ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা মৃদুল ভূঞাই ।।

25/05/2026

⛔জয় জুবিন দা

24/05/2026

⛔ নগাঁওত বিহু অনুষ্ঠান কৰিবলৈ আহি মঞ্চতে হুক হুকাই কান্দিলে জুবলী বৰুৱাই

24/05/2026

⛔ বসন্তৰ আনন্দৰ মাজতেই সৰি পৰা এপাহ অকাল কুঁহি
⛔ ​বিষাদৰ এটি মাহ: নিয়তিৰ কৰাল গ্ৰাসত অকালতে হেৰাই যোৱা পাঠিকা নিশামণি হালৈৰ স্মৃতিয়ে আজিও দহিছে জন্মদাত্ৰীৰ বুকু।

⛔ ​১১ ব'হাগৰ সেই কালৰাত্ৰি আৰু চিৰদিনলৈ স্তব্ধ হোৱা এটি সুৰ: শিল্পী নিশামণিৰ অবিহনে এমাহৰ পাছতো কেৱল উচুপনিৰ শব্দত গধুৰ চৌপাশৰ আকাশ-বতাহ।

24/05/2026

⛔ সৈনিকৰ পৰা সাহিত্যিকলৈ
⛔ বিশিষ্ট স্ৰষ্টা প্ৰতাপ কুমাৰ শৰ্মাক 'কমলজ্যোতি বঁটা' প্ৰদান; অভিনন্দন গ্ৰন্থ উন্মোচন
⛔ তেখেতৰ আত্মজীৱনী "মনৰ দুৱাৰ খুলি" আজি উন্মোচন হয়

24/05/2026

⛔ ৰূপালী পৰ্দা কপাবলৈ সাজু 'চুপা চুপি'! কেদাৰনাথৰ পৰা আৰম্ভ ব্যতিক্ৰমী প্ৰচাৰ অভিযান

⛔ ​ৱেব চিৰিজৰ অপাৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ ছবিঘৰলৈ 'চুপা চুপি': প্ৰচাৰৰ বাবে নিৰ্মাতাগোষ্ঠী পালেগৈ কেদাৰনাথ

24/05/2026

⛔ ​কাৰ্বি পাহাৰত কটোৱা জীৱনৰ সোণালী সুঁৱৰণি: ভৱেশ কলিতাৰ সৈতে বিশেষ সাক্ষাৎকাৰ -

⛔ ​অৱসৰৰ পাছত উভতি চোৱা অতীত: শিক্ষকতা আৰু মানৱ সেৱাৰে উদ্ভাসিত ভৱেশ কলিতাৰ অনুভৱ

⛔ ​কাৰ্বি আংলঙৰ সুদীৰ্ঘ সেৱা আৰু কিছু অম্লান স্মৃতি: অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেশ কলিতাৰ জীৱন গাঁথা

24/05/2026

⛔ জুবিন গাৰ্গ সদায় আছে, সদায় থাকিব

23/05/2026

⛔ জুবিন বিহীন ৮ টা মাহ

23/05/2026

'অ' মইনা বেয়া পাই নাথাকিবি...'
দ্বীপজ্যোতি বৰাৰ নশ্বৰ দেহ বাসগৃহত আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশ। মইনা মইনা বুলি কান্দোনত ভাগি পৰিছে শ শ লোক।

23/05/2026

⛔ মৰম এনেকুৱাই

Address

Guwahati

Telephone

+919101608669

Website

Alerts

Be the first to know and let us send you an email when Pnk.com posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pnk.com:

Share