Safar TV সত্যৰ সন্ধানত এক যাত্ৰা.. Safar Tv is an independent newsroom that produces investigative & analytical reporting.
(3)

পাইকান বনাঞ্চলৰ পৰিবৰ্তে উচ্ছেদ কৰিলে আশুডোবি ৰাজহ গাঁও আৰু প্ৰচাৰ লাভ কৰিলে পপাইকান বনাঞ্চল উচ্ছেদ কৰিছে বুলি।
19/07/2025

পাইকান বনাঞ্চলৰ পৰিবৰ্তে উচ্ছেদ কৰিলে আশুডোবি ৰাজহ গাঁও আৰু প্ৰচাৰ লাভ কৰিলে পপাইকান বনাঞ্চল উচ্ছেদ কৰিছে বুলি।

19/07/2025
18/07/2025

পাইকাণৰ উচ্ছেদ লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল

18/07/2025

17/07/2025

উচ্ছেদিত লোকক আৰক্ষীয়ে গু*লিয়াই হ*ত্যা কৰাৰ বিৰুদ্ধে নগাঁৱত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ

অসমৰ সংখ্যালঘুৰ ওপৰত চলি থকা অমানৱীয় উচ্চেদৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ মন্তৰত    ৰ অৱস্থান ধৰ্মঘট ৷
16/07/2025

অসমৰ সংখ্যালঘুৰ ওপৰত চলি থকা অমানৱীয় উচ্চেদৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ মন্তৰত ৰ অৱস্থান ধৰ্মঘট ৷

15/07/2025

✊ এগৰাকী জনজাতীয় ছোৱালীৰ সপোন পূৰণৰ দৃঢ়তা মালতী মুৰ্মু — এগৰাকী সংগ্ৰামী মহিলা, যিয়ে নিজৰ গাঁৱৰ ল’ৰা-ছোৱালীৰ বাবে এটা...
13/07/2025

✊ এগৰাকী জনজাতীয় ছোৱালীৰ সপোন পূৰণৰ দৃঢ়তা

মালতী মুৰ্মু — এগৰাকী সংগ্ৰামী মহিলা, যিয়ে নিজৰ গাঁৱৰ ল’ৰা-ছোৱালীৰ বাবে এটা ডাঙৰ সপোন আছিল আৰু সেই সপোন পূৰণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল।

২০২০ চনৰ পৰা নিজৰ ঘৰখনক স্কুললৈ ৰূপান্তৰিত কৰিছে, য’ত গাঁৱৰ ৮৫টা পৰিয়ালৰ ল’ৰা-ছোৱালীক পঢ়ুৱাইছে।

পুৰুলীয়া জিলাৰ অযোধ্যা পাহাৰৰ ‘পাহাৰৰ শিখৰ’ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা এখন দুৰ্গম আৰু পিছপৰা গাঁও — জিলিং চেৰেং। তাতে এগৰাকী সাধাৰণ গৃহিণী মালতীয়ে এতিয়া দুমহীয়া কেঁচুৱা এটা কোলাত লৈ বিনামূলীয়াকৈ ৬০ টাতকৈও অধিক ল’ৰা-ছোৱালীক পঢ়ুৱাইছে।

যিহেতু চৰকাৰী বিদ্যালয়খন গাঁৱৰ পৰা বহু দূৰত, গতিকে বেছিভাগ ল’ৰা-ছোৱালীয়ে নিয়মীয়াকৈ স্কুললৈ যাব পৰা নাছিল।

২০২০ চনত যেতিয়া লকডাউনৰ বাবে শিশুসকলে শিক্ষাৰ পৰা আঁতৰি আছিল, তেতিয়া মালতীয়ে দৃঢ়তাৰে সিদ্ধান্ত লৈছিল —
"এইবাৰ মই মোৰ ঘৰত এখন স্কুল চলাম, আৰু সকলোকে বিনামূলীয়াকৈ পঢ়াম।"

কেইটামান ল’ৰা-ছোৱালীৰ পৰাই যাত্ৰা আৰম্ভ হ’ল৷ লাহে লাহে গোটেই গাঁৱৰ ল’ৰা-ছোৱালীবোৰ মালতী দিদিৰ লগত পঢ়িবলৈ আহিবলৈ ধৰিলে।

প্ৰথম অৱস্থাত স্বামীয়ে আপত্তি কৰিছিল যদিও মালাতীৰ অদম্য মনোভাৱৰ আগত তেওঁও প্ৰণাম কৰিছিল।
পিছলৈ তেওঁও এই মহান কামত মালাতীৰ লগত কান্ধত কান্ধ মিলাই থিয় দিছিল।

আজি বিভিন্ন বাধা অতিক্ৰম কৰি মালতী দিদি কেৱল নিজৰ গাঁওখনৰ বাবেই নহয়,
কিন্তু সমগ্ৰ ভাৰতৰ বাবেও।

🙏 আমি অন্তৰৰ পৰা তাইক গভীৰ শ্ৰদ্ধা জনাইছো

Adresse

Democratic Republic Of The

Téléphone

+919101397962

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Safar TV publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à Safar TV:

Partager