AJ News Live digital

AJ News Live digital Official page of AJ News Live digital. Keep watching & stay connected for all news updates!

ৰুক্মিণীগাঁও - ডাউন টাউন ফ্লাইঅ'ভাৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেল্ফি তুলিবলৈ ৰাইজৰ ভিৰ
06/07/2025

ৰুক্মিণীগাঁও - ডাউন টাউন ফ্লাইঅ'ভাৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেল্ফি তুলিবলৈ ৰাইজৰ ভিৰ

06/07/2025

✍🏻চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়া আৰু ঢেকীয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথ
আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত নাজিৰা সমজিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান নাজিৰা সাংবাদিক মঞ্চৰ৷
✍🏻স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ যোৱা সাংবাদিকক সমজিলা আয়ুক্ত বিৰুদ্ধে হিন্দী ভাষাত অভব্য আচৰণ কৰাৰ অভিযোগ!!

06/07/2025

সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা তীব্ৰ গৰিহণা অসমীয়া যুৱ মঞ্চ নাজিৰা আঞ্চলিক সমিতিৰ।

আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকীমুকলিৰ পূৰ্বে মহানগৰীৰ ভগদত্ত উৰণ সেতুৰ দৃশ্য
05/07/2025

আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী
মুকলিৰ পূৰ্বে মহানগৰীৰ ভগদত্ত উৰণ সেতুৰ দৃশ্য

04/07/2025

নামনি অসমৰ ৫হাজাৰ ভূমিত চলিব উচ্ছেদ
প্ৰশাসনে মাইকযোগে কৰিছে ঘোষণা
৬জুলাইৰ পূৰ্বে ঘৰ খালী কৰিবলৈ নিৰ্দেশ

03/07/2025
01/07/2025

নাজিৰাত কৃত্ৰিম বান!
এজাক বৰষুণতে বুৰিল নাজিৰাৰ একাংশ ৰাজপথ!

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when AJ News Live digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share