AR TIME News & Entertainment

AR TIME News & Entertainment Assamese news webportal from Indian state of Assam.Get breaking news and more updates.

27/08/2025

শিৱসাগৰত স্মাৰ্ট বজাৰৰ কৰ্মচাৰীৰ বিপক্ষে নাবালক প্ৰহাৰৰ গুৰুতৰ অভিযোগ

27/08/2025

গেলেকীৰ ৰঙাগড়া , বামুণ গাঁওত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যাৰ বিষয়ে ৰাজহ চক্ৰ বিষয়াৰ সৈতে কথা পতাৰ সময়ত বিধায়ক অখিল গগৈ

26/08/2025

📌উজান উঠিছে চুৰি টিনপাতৰ।
📌জাপে জাপে টিনপাত ওলাইছে হালোৱাটিংত।
📌হালোৱাটিং আৰক্ষী থানাৰ অধীনস্থ লাদৈগড় খেলপথাৰৰ কাষতে উদ্ধাৰ হল নীলা ৰংৰ টিনপাত

26/08/2025

শিৱসাগৰ সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব অখিল গগৈয়ে

26/08/2025

" আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসৰ নাম আছিল কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা " আমাৰ গাঁওলৈ আহিলে মানুহবোৰ ঘৰত সোমাই দৰজা বন্ধ কৰি দিয়ে , চাকি নুমুৱাই দিয়ে , একদম মনে মনে লুকাই থাকে " - কুশল দুৱৰীৰ সম্পৰ্কে অখিল গগৈৰ মন্তব্য

26/08/2025

নাজিৰা বিহুবৰৰ ঔগুৰিজান প্ৰাথমিক বিদ্যালয়ৰ সম্মুখত অবৈধ মদৰ ঘাটি।

25/08/2025

নাজিৰা সন্দিকৈ নগৰৰ ১ নং ৱাৰ্ডত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে

25/08/2025

অন কেমেৰা ভয়ংকৰ ভূ*মি*স্খ*ল*ন। অৰুণাচলৰ টাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ দিৰাঙৰ দৃশ্য এয়া।

25/08/2025

গেলেকীৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ সৰৱ সংগ্ৰামী সেনা অসম

24/08/2025

সদাব্যস্ত এটি পথে জ্বলা-কলা খোৱাইছে নাজিৰাবাসীক।

23/08/2025

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

23/08/2025

ৰাজ্যৰ মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়ত উলেমা ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

Address

Assam
Gauhati

Alerts

Be the first to know and let us send you an email when AR TIME News & Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AR TIME News & Entertainment:

Share