News TIME NE

News TIME NE News time ne is northeast based digital media.We are try to provide assam & northeast based regional news

02/10/2025

অসম দৰ্পণ আচঁনিৰ একেদিনাই চাৰিটাকৈ কামৰ শুভাৰম্ভ ৷

02/10/2025
01/10/2025

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰৰ পিছত আজি মহানৱমীত লোকেলোকাৰণ্য হৈ পৰে কাহিবাড়ী সাৰ্বজনীন দুৰ্গা পুজা মহোৎসৱস্থলী ৷

গুৱাহাটীত উপস্থিত শ্যামকানু মহন্ত সিদ্ধার্থ শৰ্মা ৷
01/10/2025

গুৱাহাটীত উপস্থিত শ্যামকানু মহন্ত সিদ্ধার্থ শৰ্মা ৷

01/10/2025

ছমৰীয়াৰ জাওঁকাটা কলহী নদীত মেচিনেৰে অবৈধ বালি খনন দুষ্টচক্ৰৰ ৷ নিৰ্ভিকাৰ বিভাগীয় কৰ্তৃপক্ষ ৷

30/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শাৰদীয় দুৰ্গা পুজা মহোৎসৱত ম্নান পৰিছে উৎসা উদ্দীপনা ৷

30/09/2025

কাহিবাৰী আঞ্চলিক সাৰ্বজনীন দুৰ্গা পুজা মহোৎসৱ সমিতিৰ প্ৰসংশনীয় পদক্ষেপ ৷ দৰিদ্ৰৰ মাজত বস্ত্ৰ বিতৰণ ৷

নাই কোনো সমর্থক ৷
30/09/2025

নাই কোনো সমর্থক ৷

30/09/2025

ছিপাঝাৰৰ বৰদৌলগুৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ এজন চাহ দোকানীৰ ৷

'জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাটো যদি কোনোবাই ৰাজনীতি কৰা বুলি কয়, তেন্তে তেনে ৰাজনীতি আমি হাজাৰবাৰ কৰিম'---লুৰীণজ্যোত...
30/09/2025

'জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাটো যদি কোনোবাই ৰাজনীতি কৰা বুলি কয়, তেন্তে তেনে ৰাজনীতি আমি হাজাৰবাৰ কৰিম'---লুৰীণজ্যোতি গগৈ

29/09/2025

ম্লান পৰিছে কাহিবাৰী আঞ্চলিক সাৰ্বজনীন দূৰ্গা পূজা মহোৎসৱস্থলী ৷

জুবিনে শুই ভাল পাইছিল,জুবিনক কিয় শুবলৈ দিয়া নাছিল বুলি গৰিমা গাৰ্গৰ প্ৰশ্ন
29/09/2025

জুবিনে শুই ভাল পাইছিল,জুবিনক কিয় শুবলৈ দিয়া নাছিল বুলি গৰিমা গাৰ্গৰ প্ৰশ্ন

Address

Gauhati
781136

Alerts

Be the first to know and let us send you an email when News TIME NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News TIME NE:

Share