29/08/2026
*ভৰা নৈত জাঁপ দি পাৰ হৈ পইচা ধাৰলৈ আনি GMC ত নামভৰ্তি কৰিছিল প্ৰদীপ ৰাজৱংশীয়ে
*"এসাঁজ খাবৰ বাবে স্কুলৰ পৰা আহি আন ছাত্ৰ-ছাত্ৰীক টিউচন কৰিছিলো।"
*"ছিট পাইয়ো ধনৰ অভাৱত শিলচৰত মেডিকেল পঢ়িবলৈ যাব পৰা নাছিলো।"
* বৰ্তমানৰ প্ৰখ্যাত চিকিৎসক ডা° প্ৰদীপ ৰাজৱংশীৰ জীৱন সংগ্ৰামৰ কাহিনী...
*প্ৰতিগৰাকী উচ্চাকাংক্ষী শিক্ষাৰ্থীৰ বাবে আদৰ্শ হ'ব পাৰে চিকিৎসক ৰাজৱংশী