Trend Check

Trend Check Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Trend Check, Digital creator, Gauhati.

20/09/2024

প্ৰতি শুক্ৰবাৰ ৰাতি ৮ বজাৰ পৰা ৯ বজালৈ আমি কোৰআন চৰ্চা (অৰ্থ ভাঙনি আৰু ব্যাখ্যা) কৰোঁ। ধুবুৰী জিলাৰ বিলাসীপাৰা আনন্দনগৰৰ ওচৰতে থকা সকলে আমাৰ সৈতে সঙ্গ দিব পাৰে।
স্থানঃ আল-নূৰ একাডেমী (আনন্দনগৰ হাফিজীয়া মাদ্ৰাছা)

সৃষ্টিকৰ্তাৰ প্ৰত্যক্ষৰূপে আমাৰ সৈতে কথোপকথনে হ‘ল কোৰআন। আমাৰ কেৱল কিছুমানে এইখিনি কথা জানাটোৱে যথেষ্ট নহয়। প্ৰত্যেকেই নিজকে বিচাৰি পাব পাৰে আল্লাহৰ সম্বোধনত। নিজকে কোৰআনৰ সম্বোধনত বিচাৰি উলিওৱা, এয়াই আমাৰ এই প্ৰচেষ্টাৰ উদ্দেশ্য।

03/08/2024
13/07/2024

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Trend Check posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share