DDNews Assamese

DDNews Assamese অসমৰ প্ৰথমটো চেনেল,অসমৰ আপোন চেনেল
News, reels, and inspiration—your window to Assam and the Northeast. RNU Guwahati is headed by Ankur Lahoty, Deputy Director.
(2)

(Official FB page of DDNews Assam)
Do follow for lahe lahe updates! Doordarshan Kendra Guwahati started its functioning with the launch of Evening Regional News Bulletin on March 24, 1985 for 15 minutes. The Morning Assamese News bulletin was initiated on November 16, 1992 for 5 minutes & later it was extended for 10 minutes. The Morning Assamese bulletin is now aired at 9.00 AM daily for 30 minutes. The North East Evening bulletin in English was launched on March 1, 1997 and is aired at 6.45 pm daily for 15 minutes. We maintain highest standards of Public Service Broadcasting while mounting our bulletins & programmes. News Editors are Maruf Alam & Santanu Rowmuria. Timings of bulletins are:
1) 9:00-9:30 AM
2) 11:00-11:30 AM
3) 2:00-2:30 PM
4) 4:00-04:30 PM
5) 6:00-06:30 PM
6) 6:45-07:00 PM, NE News (English)
7) 7:00-07:30 PM
8) Drishti Aur Jukti, Discussion Prog,8-8:30 PM ( Tue & Fri )
9) Good News Program Sun (8-8:30 PM) & Tue (9:30-10:00 AM)
10) Sangbad Prabha 2:30-3:00 PM (Sat)

04/09/2026

📌যাৰ হামিং শুনি মুখৰ মাত হেৰাইছিল দৰ্শকৰ...

04/09/2026

📌পৰম্পৰাগত খেলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ লক্ষ্য অসম চৰকাৰৰ
📌State Sports Day ত ক্ৰিয়ামন্ত্ৰীৰ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য

04/09/2026

📌শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেৱালয় সত্ৰত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ
📌জন্মাষ্টমী উৎসৱত অংশগ্ৰহণ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ

04/09/2026

📌অসম আৰক্ষীক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে বহুকেইটা সিদ্ধান্ত
📌মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কি কি ঘোষণা?

04/09/2026

📌ভাৰতৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাই কেতিয়া অৱসৰ গ্ৰহণ কৰিব?
📌এই সন্দৰ্ভত কি ক’লে BCCI সচিব দেৱজীৎ শইকীয়াই?

04/09/2026

📌বানাক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত কেতিয়া, কেনেকৈ হ'ব লোকপিয়ল?
📌’THE মনCAST’ত এই বিষয়ে ক’লে লোকপিয়ল পৰিচালনা সঞ্চালক বিশ্বজিত পেগুৱে

সম্পূৰ্ণ খণ্ডটি চাবলৈ তলৰ লিংকত ক্লিক কৰক
https://youtu.be/W1tgJ2EMvic
ddnewsassamese assamcensus censusassam censusindia populationcensus censusawareness
[ census 2027 assam, census 2026 assam, assam census update, census in assam, population census india, population census assam, census awareness assam, census information assam, census process in assam, census enumerator assam, census survey assam, census questions assam, census related problems, census irregularities, census awareness, how census works in assam, assam population census, india census 2027, latest census update, biswajit pegu interview, biswajit pegu ]

04/09/2026

📌প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া মহিলা চেম্পিয়নছ ট্ৰফী ভাৰতত আয়োজনৰ সিদ্ধান্ত গ্ৰহণ
📌 ICCৰ এই সিদ্ধান্তক আদৰণি BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ
📌 সকলোধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত BCCI সদায় সাজু

04/09/2026

আধাৰ কাৰ্ড প্ৰদান আৰু আধাৰ সম্পৰ্কীয় যিকোনো বিষয়ত জনসাধাৰণৰ সহায়ক হোৱাকৈ বৰপেটা চহৰত আজি এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি কৰা হয়।

Address

Doordarshan Kendra, RG Barauh Road
Gauhati
781024

Alerts

Be the first to know and let us send you an email when DDNews Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DDNews Assamese:

Shortcuts

Share