G-24 News

G-24 News News

05/07/2025

চান্দমাৰী অভিমুখে ড্ৰাগছ বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়ত আটক দুই সৰবৰাহকাৰী।

31/05/2025

Environment ' শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শণ কৰে নাৰেঙ্গী হাই স্কুলত l

31/05/2025

স্বামী স্ত্ৰীয়ে লোৰ ৰডেৰে এজন যুৱকক উপৰ্যপৰি প্ৰহাৰ lএই ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰিয়াত

01/05/2025
01/05/2025

গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ উদ্যোগত আজি গুৱাহাটী শোধনাগাৰৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখৰ পৰা শ্ৰমিক সকলৰ এক বিশাল সমদল

21/04/2025

ৱাকফ সংশোধনী আইন- ২০২৫” বাতিল নোহোৱা পৰ্য্যন্ত ৰাজ পথ আৰু আদালতত যুজঁ চলি থাকিব বুলি সংখ্যালঘু সংগঠন সমূহে স্পষ্ট কৰি দিয়ে

21/04/2025

অনুষ্ঠানটোৰ পৰা সংগ্রহীত ধন অনাথ আশ্রম আৰু বৃদ্ধাশ্রম লৈ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে "হৃদয়"ৰ প্রতিষ্ঠাপক পৰিশ্মিতা দাসে

21/04/2025

কাবাডী ,ক্ৰিকেট, পাচিং বল আদি খেল ধেমালিৰ আয়োজন কৰা হয়

19/04/2025

পুৰুষ আৰু মহিলাৰ দুটা শাখাত আয়োজন কৰা হৈছে দৌৰ প্ৰতিযোগিতা

17/04/2025

13এপ্ৰিলত বিহাৰৰ পৰা গুৱাহাটীলৈ আহিছিল 5/6 জনীয়া ATM প্ৰবঞ্চকৰ দল।।
অসমত আহিয়ে গুৱাহাটীৰ কামাখ্যাৰ জয় জগদম্বা হোটেলত বাঁহৰ পাতি দলটোৱে এ টি এম কাৰ্ড সলাই ধন লুটৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল l

12/04/2025

একেটা পৰিয়ালৰ তিনিজনকৈ সদস্য নৈত সন্ধানহীন

12/04/2025

এটা গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰে

Address

Noonmati
Gauhati
781020

Telephone

+917002460167

Website

Alerts

Be the first to know and let us send you an email when G-24 News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share