23/02/2026
Delhi Pollution : দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত তাপশক্তি কেন্দ্ৰ, কয়লা ভিত্তিক উদ্যোগ প্ৰভাৱিত হ’ব পাৰে
উচ্চতম ন্যায়ালয়ে (Suprem Court) বায়ু প্ৰদূষণ ৰোধ (Air pollution prevention)ৰ বাবে দিল্লী (Delhi)ৰ পৰা ৩০০ কিলোমিটাৰৰ ভিতৰত কোনো নতুন কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰ স্থাপনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মeল্য বাগচি আৰু ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক কয়লা চালিত সকলো উদ্যোগ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰা স্থানান্তৰিত কৰাৰ দাবী সন্দৰ্ভতো নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ কয়।...
উচ্চতম ন্যায়ালয়ে (Suprem Court) বায়ু প্ৰদূষণ ৰোধ (Air pollution prevention)ৰ বাবে দিল্লী (Delhi)ৰ পৰা ৩০০ কিলোমিটাৰৰ ভিতৰত কোনো নতুন কয়লা .....