ASSAM TALKS LIVE

  • Home
  • ASSAM TALKS LIVE

ASSAM TALKS LIVE Assam Talks is a Regional Satellite News Channel of Assam.
(9)

06/06/2026

এটা কণ্ঠ, চকু মুদি শুনিলে আপুনিও বিভোৰ হ’ব
কাৰণ তাত বিচাৰি পাব আপুনি হেৰুওৱা আপোনাৰ এটি চিনাকি ঠিকনা
আপোনাৰ চিনাকি হৈ পৰা ৰহিম ৰাজ আজি ষ্টুডিঅ’ত
ময়ূৰীৰ সৈতে ‘সাতোৰঙী সুবাস’

06/06/2026

এডোখৰ বাঁহনি ভূমিক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড কাজিয়া। অৱশেষত প্ৰচণ্ড কাজিয়াৰ পৰিনাম হ’ল ভয়ংকৰ।

06/06/2026

06/06/2026

বিষাক্ত ফল-মূলেৰে ভৰি পৰিছে হোজাই জিলাৰ বিভিন্ন বজাৰ। ডবকাত বিষাক্ত ফল-মূল বিচাৰি খাদ্যসুৰক্ষা বিভাগৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিষাক্ত ফল-মূল।

06/06/2026

EVENING @5

06/06/2026

নাজিৰাৰ গেলেকী স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱ । জৰাজীৰ্ণ অৱস্থাত থকা স্বাস্থ্য কেন্দ্ৰটিত নাই পৰ্যাপ্ত সুবিধা ।

06/06/2026

মাৰ্ঘেৰিটাৰ চাইডিঙত জঘন্য়কাণ্ড । মিঞাৰ কামনাৰ ব লি হ'ল এগৰাকী ১১ বছৰীয়া কিশোৰী ।

06/06/2026

লংকাত লাভ জেহাদৰ ঘটনা । হোজাই বজৰং দলে পোহৰলৈ আনিছে এই ঘটনা

06/06/2026

2 pm news

06/06/2026

খাৰুপেটীয়াত কেৰিয়াৰ গাইডেন্স এণ্ড প্লেছমেন্টৰ শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ।

Address

3rd Bye Lane, Industrial Estate, Bamunimaidam

781021

Alerts

Be the first to know and let us send you an email when ASSAM TALKS LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM TALKS LIVE:

  • Want your business to be the top-listed Media Company?

Share