Byte Daily

Byte Daily Byte Daily,Fast.Factual. Your Daily dose of news and updates.

26/08/2026

26/08/2026

▶️ নেপালত ভয়াৱহ বান পৰিস্থিতি, চকুৰ সন্মুখতে উটি গ'ল বহু দলং- বাট পথ

26/08/2026

26/08/2026

▶️ 'মোৰ বাবে GEN-Z, GENZ- APLHA বুলি কোনো বস্তু নাই'
▶️ 'এইটো এটা ইউৰোপীয়ান চিন্তা ধাৰা'
▶️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

26/08/2026

📌 হাজোত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা
📌 হাজো বৰ্ণিৰ "মা-ৰূপহী" নাওখনে দখল বিজয়ী খিতাপ

26/08/2026

অগৰু গছৰ লগত অসমৰ এটা ডাঙৰ অৰ্থনীতি জড়িত হৈ আছে- জয়ন্ত মল্ল বৰুৱা

26/08/2026

📌 ইছলাম ধৰ্মৰ নবী হজৰত মহম্মদৰ জয়ন্তী উপলক্ষে মানকাচাৰৰ হাটশিঙিমাৰীত সজাগতা সমদল

26/08/2026

📌 ‘ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁ’
📌 যশ আগৰৱালাৰ বান্ধৱী পূবালী দত্তৰ বিস্ফোৰক স্বীকাৰোক্তি
📌 যশ আগৰৱালাৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ পূবালী দত্তৰ
📌 আইফোন ল’বলৈ যশে ধন দিয়াৰ কথা স্বীকাৰ পূবালীৰ
📌 অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত স্পষ্টীকৰণ পূবালীৰ

26/08/2026

📌 'মোক দেখি হিমন্ত বিশ্ব শৰ্মাই গেলা পানীত জাঁপ মাৰি দিলে'
📌 'মই বুদ্ধি কৰি গেলা পানীত লৈ গৈছোঁ হিমন্ত বিশ্বক'

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Byte Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share