TIME8 Assamese

TIME8 Assamese TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.

TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Today, TIME8 is a household name having millions of followers across the North-East on different digital platforms.

07/09/2026

পৰিচয় গোপনে থাকিব। দালাল দেখিলেই দিয়ক অভিযোগ। পটেলযোগে দিব পাৰিব অভিযোগ। মাটিৰ দালাল, থানাৰ দালাল, চৰকাৰী কাৰ্যালয়ৰ দালাল, সকলো দালালৰ বিৰুদ্ধে চলিব অভিযোগ। এক্সন মুডত অসম আৰক্ষী

একেদিনাই দুই দেশৰ বিৰুদ্ধে নামিব টীম ইণ্ডিয়া-
07/09/2026

একেদিনাই দুই দেশৰ বিৰুদ্ধে নামিব টীম ইণ্ডিয়া-

07/09/2026

মহানগৰীত পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা ৰামানুজ গোস্বামীয়ে খুলিলে মুখ। 'মোৰ মাক লৈ গালি পাৰিছে, বেয়া শব্দ ব্যৱহাৰ কৰিছিল ৰীয়াই'। নিজৰ ঘৰৰ সন্মান থকাৰ কথা কৈ সংঘটিত কৰে নৃশংস কাণ্ড!

07/09/2026

লোকপিয়লৰ গণনা কৰিবলৈ অহা যুৱতী কৰ্মচাৰীৰ সৈতে ভয়ংকৰ কাণ্ড। অৱসৰপ্ৰাপ্ত শিক্ষক দিগন্ত ভাগৱতীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। নগাঁৱৰ উৰিয়াগাঁওস্থিত ৰয়েল আৱাসত সংঘটিত হৈছে এই ঘটনা।

07/09/2026

মুখ খুলিছে ভয়ংকৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰামানুজ গোস্বামীয়ে। পত্নীৰ কি কথাত হিতাহিত জ্ঞান হেৰুৱাইছিল ৰামানুজে ?

07/09/2026

নিশা ধাৰাসাৰ বৰষুণৰ বাবে মহানগৰীৰ বহু ঠাইত ভয়াৱহ কৃত্ৰিম বান। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে ভয়াৱহ যান-জঁট, হাহাকাৰ অৱস্থা।

অসম কেবিনেটে আজি অসমৰ কৰ আয়ুক্তালয়ৰ এক বৃহৎ পুনর্গঠনত অনুমোদন জনাইছে। ইয়াৰ জড়িয়তে ১৫৭টা নতুন বিধিসম্মত বিষয়া পদ আৰু ৪টা...
07/09/2026

অসম কেবিনেটে আজি অসমৰ কৰ আয়ুক্তালয়ৰ এক বৃহৎ পুনর্গঠনত অনুমোদন জনাইছে। ইয়াৰ জড়িয়তে ১৫৭টা নতুন বিধিসম্মত বিষয়া পদ আৰু ৪টা আইটিঅ' পদ সৃষ্টি কৰি মুঠ পদৰ সংখ্যা ৫৪০ৰ পৰা ৭০১ লৈ বৃদ্ধি কৰিছে।

07/09/2026

শিৱসাগৰত বানপীড়িত ছাত্ৰ-ছাত্ৰীক স্কুল বেগ বিতৰণ। চাওলুং চ্যুকাফাৰ অসমীয়া জাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত এই পদক্ষেপ

07/09/2026

অসম গণ পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ শপত গ্ৰহণ। ধুবুৰী জিলাৰ আলমগঞ্জত অনুষ্ঠিত হ’ল দলটোৰ নৱগঠিত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ পানবাৰী–ৰঙামাটি মাণ্ডলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান।

নতুন ৰূপত আহিব খেল মহাৰণ ৩.০
07/09/2026

নতুন ৰূপত আহিব খেল মহাৰণ ৩.০

Address

1st Floor
Gauhati
781005

Alerts

Be the first to know and let us send you an email when TIME8 Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8 Assamese:

Shortcuts

Share