BCB Cinematics

BCB Cinematics Photography । Cinematography । Films Managed by: Sewali

17/11/2025

Caption it

17/11/2025

New reel

26/11/2022

Our students (Chatabari MES) performing dance on an Assamese song at Rongsai High School on Cluster level .

22/02/2016

সুগন্ধি পখিলা

তুমিয়েইতো কঢ়িয়াই আনিছিলা
শব্দৰ অক্ষয় ভাণ্ডাৰ চলাথ কৰি
অসমীয়াৰ অন্তিম আশা.....
ৰচিথৈ গ'লা-
হৃদয় জুৰোৱা কবিতা!
তুমি এনে এজন কবি
যেন সৌৰজগতৰ ৰবি;
তোমাৰ কবিতাতে ফুটি উঠিছিল
খাটি অসমীয়াৰ ছবি...........

11/02/2016

প্ৰার্থনা

তুমি আঁতৰি গ'লে মোৰ পৰা মৰিমেই মই
এইখিনি সকাম এই জনমতেই কৰিম মই
ঈশ্বৰে কৰক জীৱনত এইকণ সুযোগ আহে যেন
তোমাক পাহৰিবলৈ প্ৰার্থনা কৰোতেও তোমাৰ নামটো মনলৈ আহে যেন...!

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when BCB Cinematics posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BCB Cinematics:

Share