News AXOM 24

News AXOM 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News AXOM 24, Media/News Company, Guwahati.

28/01/2026

BREAKING: A high-intensity powder avalanche has struck parts of Sonamarg, in Jammu and Kashmir, India, affecting areas near the Inter Mountain Sonamarg and Sonamarg Inn hotels, according to early reports.
No reports of casualties so far.

27/01/2026

◆ ৰাজ্যজুৰি বিজেপিৰ উদ্যোগত চোতাল বৈঠকৰ আয়োজন। VB-GRAM-G আঁচনি সম্পৰ্কে কৃষক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই বৈঠক। 'বিকশিত গ্ৰাম্যাঞ্চল' শীৰ্ষক শ্লোগানেৰে আৰম্ভ সজাগতামূলক বৈঠক। কৃষক মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ সমীপৱৰ্তী ধাৰাপুৰতো অনুষ্ঠানৰ আয়োজন। উপস্থিত থাকে বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক দিল্পুৰঞ্জন শৰ্মা। লগতে উপস্থিত থাকে কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰা, বিজেপিৰ নেতা-কৰ্মী।

27/01/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ বিশেষ পদক্ষেপ। বিশ্ববিদ্যালয় চৌহদত পৰিবেশন শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি 'ৰাম বিজয়' নাট। বিশ্ববিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ। পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰে এই অংকীয়া নাটখনি। অংকীয়া নাট পৰিবেশনৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ভিয়েটনামৰ পৰা অতিথি অধ্যাপক হুই। লগতে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ উপ-সচিব অৰিজিত বৰাসহ বহু গণ্য মান্য ব্যক্তি।

27/01/2026

◆ IIT গুৱাহাটীত দেশৰ অন্যতম সৰ্ববৃহৎ সাংস্কৃতিক সমাৰোহ 'আলচেৰিংগা ২০২৬'
◆ প্ৰতিবছৰৰ দৰে এইবেলিও চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সমাৰোহৰ আয়োজন
◆ অহা ২৯জানুৱাৰীৰ পৰা ১ফেব্ৰুৱাৰীলৈ চলিব হ'ব এই সমাৰোহখনি
◆ ভিন্ন প্ৰতিযোগিতা, বিভিন্ন ৰাজ্যৰ থলুৱা কলা-সংস্কৃতিৰ সমাহাৰ ঘটিব আলচেৰিংগাত
◆ বিশেষভাৱে প্ৰদৰ্শিত হ'ব অসম তথা উত্তৰ-পূবৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি
◆ ইয়াৰোপৰি অনুষ্ঠিত হ'ব বিভিন্ন বিষয়ত আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান
◆ সমাৰোহত অংশ ল'ব প্ৰায় ৫০০খন শিক্ষানুষ্ঠানৰ তিনি সহস্ৰাধিক শিক্ষার্থীয়ে
◆ লগতে অংশগ্রহণ কৰিব কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ শিক্ষার্থীও
◆ সমাৰোহখনিত এইবাৰ বিশেষভাৱে স্মৰণ কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
◆ ইফালে ১ফেব্ৰুৱাৰীৰ নিশা থাকিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছানৰ সংগীতানুষ্ঠান
◆ সংবাদমেলযোগে এই কথা সদৰি কৰে সমাৰোহৰ আয়োজক কমিটিয়ে
◆ ইতিমধ্যে সমাৰোহখনি আয়োজনৰ বাবে প্ৰস্তুতি সম্পূর্ণ বুলি উল্লেখ বিষয়ববীয়াসকলৰ

25/01/2026

মহানগৰীত কৰ ফাঁকি দিয়া অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰাজ্যিক GST বিভাগ

প্ৰায় ৯কোটি টকাৰ পলিথিন জব্দ কৰিলে GSTএ

মহানগৰীৰ ভুতনাথ আৰু পামহীৰ দুটাকৈ স্থানৰ পৰা জব্দ বুজন পৰিমাণৰ পলিথিন

যোৱা দুদিন পূৰ্বে প্লাষ্টিক ভৰ্তি তিনিখন বাহন জব্দ কৰাৰ লগতে ৫টা গ'ডাউন ছীল কৰে GSTএ

নথি-পত্ৰ নোহোৱাকৈ অবৈধভাৱে প্লাষ্টিকসমূহ সৰবৰাহ কৰিছিল ভিন্ন স্থানলৈ

সকলো অবৈধ সামগ্ৰী আছিল মেছাৰ্চ RG প্লাষ্টিকৰ

গুদানটোৰ মালিকৰ নাম ছোটেলাল ওৰফে বাবুলাল গুপ্তা

GSTএ স্বত্বাধিকাৰীক তলব কৰাৰ পাছতো কোনো সহযোগিতা নকৰিলে

যাৰ বাবে এইবাৰ কঠোৰ হৈছে অসম ৰাজ্যিক GST

নিশাই সকলো অবৈধ পলিথিনসমূহ জব্দ কৰি অনা হয় GSTৰ কাৰ্যালয়লৈ

নিৰ্ধাৰিত সময়ত স্বত্বাধিকাৰী হাজিৰ নহ'লে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিব GSTএ

25/01/2026

👉 আজি গুৱাহাটীত ভাৰত-নিউজীলেণ্ডৰ T20 মেচ
👉 মেচৰ পূৰ্বে মাঁ কামাখ্যত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ
👉 মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে
👉 মাৰ চৰণত আগবঢ়াই বিশেষ পূজা-অৰ্চনা
👉 কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে গৌতম গম্ভীৰে

24/01/2026

🚨 ফটাশীল আৰক্ষীৰ জালত এটা দুৰ্ধষ চোৰৰ গেং।
👉 ৬টাকৈ দুৰ্ধষ চোৰক গ্ৰেপ্তাৰ।
👉 গেঙটোৰ পৰা উদ্ধাৰ সোনৰ আ-অলংকাৰ।
👉 জব্দ নগদ ১৭ হাজাৰ টকা।
👉 উদ্ধাৰ হোৱা চুৰি সামগ্ৰীখিনিৰ মূল্য প্ৰায় ২৩ লাখ টকা।
👉 নিশা ফটাশীলৰ বিভিন্নস্থানত চলিছিল ফটাশীল আৰক্ষীৰ অভিযান।
👉 আটকাধিন ধৃত চোৰকেইটা বিতু চ', তুষাৰ চীল, ৰাহুল পাছোৱান, প্ৰকাশ সৰকাৰ, আব্দুল মালিক।

জুবিনৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ মোদীলৈ স্মাৰকপত্ৰ জুবিনৰ পৰিয়ালৰজুবিনৰ খুৰাক মনোজ বৰঠাকুৰেও স্বাক্ষৰ কৰিছে স্মাৰকপত্...
24/01/2026

জুবিনৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ মোদীলৈ স্মাৰকপত্ৰ জুবিনৰ পৰিয়ালৰ

জুবিনৰ খুৰাক মনোজ বৰঠাকুৰেও স্বাক্ষৰ কৰিছে স্মাৰকপত্ৰত

বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান জনালে পৰিয়ালে

ছিংগাপুৰৰ আদালতত কূটনৈতিক আইনী যুঁজৰ বাবেও আহ্বান

প্ৰয়োজন সাপেক্ষে অধিক শক্তিশালী লোক অধিবক্তা নিয়োগৰ প্ৰাৰ্থনা

কোনো অভিযুক্তই যাতে জামিন নাপায় ব্যৱস্থা ল’বলৈ আহ্বান

24/01/2026

ঈশ্বৰ পুত্ৰৰ কথাৰে , কিতাপ নপঢ়া জাতিক গামোছাই বচাব নোৱাৰে।

23/01/2026

সৰস্বতী পূজাৰ উছাহ ম্লান পেলাবলৈ দুষ্ট চক্ৰৰ অপচেষ্টা

অসম ভ্ৰমণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
20/12/2025

অসম ভ্ৰমণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

13/12/2025

চার্জছীট দীঘলীয়া হ'লেই নহ'ব হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব। SIT ৰ ৭০০০ পৃষ্ঠাৰ চার্জছীটক লৈ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ।

Address

Guwahati
781012

Telephone

+918876898951

Website

Alerts

Be the first to know and let us send you an email when News AXOM 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News AXOM 24:

Share