Hrituv hazorika musical

Hrituv hazorika musical Hrituv Hazarika is a singer from assam. He is also a lyricist,composer a complete package...

he is a also good lyricist and composer......contact for stage shows or other commercial purpose -9957357283

20/02/2025

বহু দিনৰ পাছত বহু কথা। আশা কৰো সকলোৱে ভাল পাব। আপোনাৰ অলপমান মূল্যৱান সময়ৰ মাজত যদি সময় পাই চাব চোন 🙏 । তোমালৈও অশেষ ধন্যবাদ বন্ধু

https://www.facebook.com/share/v/1C3AUxtv3x/?mibextid=rS40aB7S9Ucbxw6v

Releasing today
14/02/2025

Releasing today

ফাগুনৰ আগমনে সকলোৰে হৃদয়ত মৰমৰ সুবাসবোৰ যাতে সদায় বিলাই যাই❤❤❤❤❤ | ফাগুনৰ বতৰত বছৰটোৰ প্ৰথমটো গীত ৰাজশ্ৰীৰ কন্ঠত "পৃথিৱ...
11/02/2025

ফাগুনৰ আগমনে সকলোৰে হৃদয়ত মৰমৰ সুবাসবোৰ যাতে সদায় বিলাই যাই❤❤❤❤❤ | ফাগুনৰ বতৰত বছৰটোৰ প্ৰথমটো গীত ৰাজশ্ৰীৰ কন্ঠত "পৃথিৱী মোৰেই " আপোনালোকলৈ আগবঢ়ালোঁ | "ৰ'দালিৰ" পিছত এইটো গীতেও যাতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হয় তাৰে আশাবাদী । ধন্যবাদ 🙏🙏🙏🙏
https://youtu.be/x8MWhRbJBM4?si=rl2hgXU5qoA946yJ
HritHrituv Hazorika NewFollowers and Viewerswsong

Song: Prithibi MureiAUDIO CREDITS:Singer: Rajshri KalitaLyrics & Composition: Hrituv HazorikaMusic & Mix-Mastering: Dipkesh BorgohainFlute: Anjan MedhiGuitar...

Releasing on 12th February ❤❤❤❤❤Hrituv Hazorika New
10/02/2025

Releasing on 12th February ❤❤❤❤❤
Hrituv Hazorika New

সৰ্ব প্ৰথমে সকলোকে নমস্কাৰ জনাই নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । এই বৰ্ষ টি সকলোৰে যাতে কুশলে মঙ্গলে যায় তাকে কা...
01/01/2025

সৰ্ব প্ৰথমে সকলোকে নমস্কাৰ জনাই নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । এই বৰ্ষ টি সকলোৰে যাতে কুশলে মঙ্গলে যায় তাকে কামনা কৰিছো।
যোৱা বৰ্ষটি মোৰ কেইটিমান ডাঙৰ ডাঙৰ বিপদে হেচা মাৰি ধৰিছিল (ভগৱানে কৰক কাৰোৰে যাতে তেনেকুৱা নহওঁক) । মানসিক ভাবে ভাঙি পৰিচিলো । সেই বাবে বহুতৰ কাম কৰিব পৰা নাছিলো। বহুজনক আগধনো ঘূৰাই দিছিলো তথা নিৰাশ কৰিছিলো (ক্ষমা প্রার্থনা বিছাৰিচো) ।
এই বছৰ কথা দিছো প্ৰতিটো কাম আগৰ দৰেই কৰি যাম। এই বৰ্ষত বহু কেইটা গীত লৈ আহি আছো নিজৰ গীতৰ লগতে আন কেইবা গৰাকীও পপ্ৰতিভশালী কণ্ঠশিল্পীৰ কণ্ঠ লৈ। মাথো আপোনালোকৰ আশীর্বাদৰ কামনা 🙏🙏🙏🙏

📌OUT NOW.....Hope u like n enjoy it ❤❤❤❤Plz do share 🙏🙏🙏https://youtu.be/d7UNUd2Ohzc?si=oIytk-Jf3pnUWq1I
18/09/2024

📌OUT NOW.....
Hope u like n enjoy it ❤❤❤❤
Plz do share 🙏🙏🙏

https://youtu.be/d7UNUd2Ohzc?si=oIytk-Jf3pnUWq1I

Nituneel kashyap's Presents "Tumi Asa Babe" Ft. Ailita KashyapSinger: Nituneel kashyap & Ailita KashyapLyrics/composition: Hrituv HazarikaMusic : Dipkesh Bor...

https://youtu.be/tuuTO9LHX7M?si=lS8d2HS4bGo-pJp3  দিমিৰ নতুন গীত "মৰমৰ ধেমালি" আপোনালোকলৈ আগবঢ়াই দিলো, আশা কৰো সকলোৱে ভ...
08/09/2023

https://youtu.be/tuuTO9LHX7M?si=lS8d2HS4bGo-pJp3 দিমিৰ নতুন গীত "মৰমৰ ধেমালি" আপোনালোকলৈ আগবঢ়াই দিলো, আশা কৰো সকলোৱে ভাল পাব।

Moromor Dhemali Audio Credits...

"Tumi he nai" Apunalukoloi agg borhai dilu 🙏
05/09/2023

"Tumi he nai" Apunalukoloi agg borhai dilu 🙏

With all the charm of tragic love story here's presenting one of our most hyped song of the year "তুমি যে নাই". Captivate yourself with the musical emotions....

Eid Mubarak to all❤https://youtu.be/Tgsw1dwlJDc
22/04/2023

Eid Mubarak to all❤
https://youtu.be/Tgsw1dwlJDc


In this blissful season of Ramzan, releasing a beautiful devotional song ‘Eid Mubarak’- a musical tribute to Prophet Mohammad (PBUH) which focuses on the que...

ৰঙালীৰ সুগন্ধি বিলাই নৱ ব'হাগ আহিছে বসন্তৰ লয়ে লয়ে, বাৰিষাৰ নীৰে নীৰে । এই ব'হাগেই কঢ়িয়াই আনক আশা-আকাংক্ষাৰ ফুলবোৰ, সুখ-...
14/04/2023

ৰঙালীৰ সুগন্ধি বিলাই নৱ ব'হাগ আহিছে বসন্তৰ লয়ে লয়ে, বাৰিষাৰ নীৰে নীৰে । এই ব'হাগেই কঢ়িয়াই আনক আশা-আকাংক্ষাৰ ফুলবোৰ, সুখ-সমৃদ্ধি তথা আনন্দৰ জোঁৱাৰ । নতুনকৈ অহা অসমীয়া বছৰটোৱে সফলতাৰ প্ৰতিবিম্ব বাটে বাটে দেখুৱাওক । নেদেখাজনে সকলোৰে মঙ্গল কৰক তাৰেই কামনাৰে বাপতিসাহোন হেপাঁহৰ ৰঙালী বিহুটিৰ আন্তৰিক ওলগ যাছিলো।

সকলোকে লগ পোৱাৰ আশাৰে 🙏
30/03/2023

সকলোকে লগ পোৱাৰ আশাৰে 🙏

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Hrituv hazorika musical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share