News Assam Live

News Assam Live ৰাইজৰ হৈ চিৰদায়বদ্ধতাৰে,,,

08/09/2026

মহানগৰীৰ জালুকবাৰীৰ সমন্বয় তীৰ্থ প্ৰাংগণত ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু প্ৰথম প্ৰয়াসৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ দ্বিতীয়দিনৰ সামৰণি কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া

08/09/2026

মোৰ মাইকীকটো কা*টিছো, জেলৰ পৰা ওলালে চুগাৰ ডেডীটোকো কা*টিম"
তিলমানো অনুশোচনা নাই হ*ত্যা*কা*ৰী ৰামানুজ গোস্বামীৰ

08/09/2026

এন এফ ৰেলৱে এমপ্লইজ ইউনিউনৰ উদ্যোগত ভাৰতৰত্ন,সুধাকন্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী তিনিদিনীয়াকৈ উদযাপন

08/09/2026

মহানগৰীৰ জালুকবাৰীৰ সমন্বয় তীৰ্থ প্ৰাংগণত ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু প্ৰথম প্ৰয়াসৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা

07/09/2026

৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ আদালতৰ

"মোৰ ভূল হৈ গ'ল"
আমাৰ এমাহৰ পৰা কাজিয়া লাগি আছিল,মোৰ মাক লৈ গালি পাৰিছিল,অশ্লীল শব্দ কৈছে। মোৰ ভুল হৈ গ'ল'। ৰিয়া তালুকদাৰক ভয়ংকৰ কাণ্ড কৰি শেষ কৰা স্বামী ৰামানুজ গোস্বামীয়ে প্ৰথম বাৰৰ বাবে মুখ খুলিলে।

07/09/2026

🔴গুৱাহাটীত ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ ‘ছী ৱৰ্ল্ড কাৰ্নিভেল’।

🔴 কাৰ্নিভেল মুকলি কৰে সাংসদ ভুৱনেশ্বৰ কলিতাই ।

🔴প্ৰথমবাৰৰ বাবে এশতকৈ অধিক প্ৰজাতিৰ প্ৰায় ১.৫ লাখৰো অধিক মাছৰ মনোমোহা প্ৰদৰ্শনী ।

🔴 M/S Dysnieland Mela (OPC) Pvt. Ltd.-ৰ উদ্যোগত খানাপাৰাৰ পশু মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে এই কাৰ্নিভেল ।

🔴 কাৰ্নিভেলত ভাৰতৰ অন্যতম বৃহৎ আণ্ডাৰৱাটাৰ ফিছ টানেলৰ লগতে বিশেষ মাৰ্মেইড শ্ব’ প্ৰদৰ্শন কৰা হৈছে।

🔴 ডুবাই আৰু ছিংগাপুৰৰ বিখ্যাত একুৰিয়াম টানেলৰ অনুৰূপ অভিজ্ঞতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই আয়োজন কৰা হৈছে।

🔴 কাৰ্নিভেলত Lionhead, Parrot Fish, Elephant Nose Fish, Angel Fish, Albino Fish, Arowana Fishৰ লগতে আমাজন ৰেইনফৰেষ্টৰ স্থানীয় Arapaima আদি বিভিন্ন প্ৰজাতিৰ ৰঙীন আৰু বিৰল মাছ প্ৰদৰ্শন কৰা হৈছে।

🔴 কাৰ্নিভেলৰ প্ৰৱেশ মাচুল ২০ টকা, আনহাতে ফিছ টানেলত প্ৰৱেশৰ মাচুল প্ৰতিজনৰ বাবে ১৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।

🔴 আণ্ডাৰৱাটাৰ ফিছ টানেল আৰু মাৰ্মেইড শ্ব’ৰ উপৰি কাৰ্নিভেল প্ৰাংগণত হস্তনিৰ্মিত আৰু হস্তশিল্প সামগ্ৰী, কাঠৰ আচবাব আৰু অন্যান্য সামগ্ৰীৰ বিপণী আছে ।



07/09/2026

মহানগৰীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এফ ও এফ ডেন্স ইনষ্টিটিউটৰ(FUF INSTITUTE) ৰ উদ্যোগত গোল্ড ডেন্স চেম্পিয়নচিপ গুৱাহাটী

07/09/2026

*ডিগবৈত সদৌ অসম ভিত্তিত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা*:

ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ডিগবৈত অনুষ্ঠিত হ'ল সদৌ অসম ভিত্তিত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা।

ড° ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ উদ্যোগত আৰু ডিগবৈ ইণ্ডিয়া ক্লাবৰ সহযোগত "শব্দ আৰু সুৰৰ পৃথিৱী" শীৰ্ষক এই প্ৰতিযোগিতা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হয়।

07/09/2026

"ব্ৰাইট বিগিনিং প্ৰি বিদ্যালয়ৰ এটি শাখাৰ শুভ উদ্ধোধন

⭕মহানগৰীৰ চানমাৰীৰ পেঞ্চনপাৰা পথৰ ১৪ নং গৃহত "ব্ৰাইট বিগিনিং" BRIGHT BEGINNING স্কুলৰ এটি শাখাৰ শুভ উদ্বোধন

⭕এই শুভ ক্ষণত বিশিষ্ট অতিথি হিচাপে অসমীয়া বোলছবিৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী উপস্হিত থাকি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভাষন প্ৰদান

06/09/2026

সমগ্ৰ সাতগাওঁবাসীৰ বাবে এক ভাল খবৰ

বুধবজাৰত মুকলি হ'ল মেট্ৰ' প'লিক্লিনিক এণ্ড ডায়গ'নষ্টিক চেন্টাৰ

Address

Gauhati
781022

Alerts

Be the first to know and let us send you an email when News Assam Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam Live:

Shortcuts

Share