Axom Khabar 24X7

Axom Khabar 24X7 Asom Khabar (অসম খবৰ – সত্যৰ সন্ধানত, আপোনাৰ কাষত… 24X7), an Assamese‑language digital news outlet based in Guwahati.

Publishes news in Assamese (and some English/regional content), covering state, national, and international topics.

11/08/2025

মহানগৰীত অব্যাহত আছে S*x Racket। এইবাৰ গড়চুকৰ সমীপত আন এক S*E*X racket'ৰ সন্ধান। মহানগৰীত সুন্দৰী যুৱতী যোগান ধৰা দালালৰ আন এক কথোপকথন ভাইৰেল।

বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰ কমিটি গঠন। শান্তনু চক্ৰৱৰ্তীক আহ্বায়ক নিযুক্ত।
11/08/2025

বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰ কমিটি গঠন। শান্তনু চক্ৰৱৰ্তীক আহ্বায়ক নিযুক্ত।

08/08/2025

অবৈধ বাংলাদেশী খেদা আন্দোলনকলৈ কলে প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে, শুনক এবাৰ....👇👇👇👇

08/08/2025

'পাগল', "ক'ৰবাত নট'তু অলপ লুজ হৈ গৈছে"- অখিলৰ বিষয়ে কলে মুখ্যমন্ত্ৰীয়ে

08/08/2025

ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীৰ নতুন ভিডিঅ'। বৃহস্পতিবাৰে সংবাদমেলত ভোট চুৰিৰ তথ্য ফাদিল কৰাৰ পিছত শুকুৰবাৰে কৰ্ণাটকত কংগ্ৰেছে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। লগতে দেশজুৰি সামাজিক মাধ্যমত ভিডিঅ যোগে নিৰ্বাচন আয়োগৰ পৰা বিচাৰিছে ইয়াৰ উত্তৰ। ভিডিঅ'ত কি কলে ৰাহুল গান্ধীয়ে এবাৰ চাওঁ-👇👇👇👇

08/08/2025

🚨অখিল গগৈক লাগে অসমত ৰাষ্ট্ৰপতি শাসন (President's rule)
শুকুৰবাৰে সংবাদমেলত কলে, কিয় লাগে ৰাষ্ট্ৰপতি শাসন (President's rule)। সবিশেষ চাওক👇👇👇 videoত

08/08/2025

"শৃংখল চলিহা একো নজনা, পঢ়া-শুনা নকৰা, কোনো বিষয়বস্তুৰ ওপৰত জ্ঞান নথকা, উটি-ভাহি ফুৰা এজন লৰা"

" বিজেপিৰ স্বাৰ্থত শিৱসাগৰখনক এজন ছালফাৰ হাতত তুলি দিব ওলাইছে শৃংখল চলিহাই"

🚨মিঞা খেদা আৰু শৃংখল চলিহাৰ ওপৰত আৰু কি কি কলে বিধায়ক অখিল গগৈয়ে......?👉👉👉👉

ৰাজ্যৰ কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ 👉👉👉👉
08/08/2025

ৰাজ্যৰ কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ 👉👉👉👉

বিখ্যাত 'Femina' মেগাজিনৰ বেটুপাতত অসম কন্যাৰ স্থান লাভ। ভাৰতীয় মহিলা সেনাক এইবাৰ মুখ্য বিষয় হিছাপে লৈছিল Femina মেগাজ...
07/08/2025

বিখ্যাত 'Femina' মেগাজিনৰ বেটুপাতত অসম কন্যাৰ স্থান লাভ। ভাৰতীয় মহিলা সেনাক এইবাৰ মুখ্য বিষয় হিছাপে লৈছিল Femina মেগাজিনে। বেটুপাতত কৰ্ণেল শ্ব'ফিয়া কুৰেশ্বিসহ অসমৰ ঢেকিয়াজুলিৰ দীপান্বিতা কলিতা ফটো প্ৰকাশ পাইছে। সেনাত মেজৰ হিচাপে কৰ্মৰত অসমৰ দীপান্বিতা।

07/08/2025

🚨সোণাৰিত মিঞা খেদাক লৈ টাইপাৰ প্ৰতিবাদী সমদল

🚨বুধবাৰে টাইপাৰ নেতা-সদস্যক দা লৈ খেদাৰ পিছতে বৃহস্পতিবাৰে টাইপাৰ থানা ঘেৰাও কাৰ্যসূচী

🚨মিঞা খেদাক লৈ চৰাইদেউত উত্তেজনা অব্যাহত

07/08/2025

🚨উজনিত মিঞা খেদা আন্দোলনক লৈ বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল।

🚨অবৈধ বাংলাদেশীক খেদাৰ নামত সৃষ্টি কৰা উত্তেজনাময় পৰিৱেশৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দোষিলে জেষ্ঠ নেতা ৰিপুন বৰাই।

🚨বাংলাদেশী খেদাক লৈ আৰু কি কি কলে ৰাজীৱ ভৱনত...???

07/08/2025

🚨 বিটিআৰ নিৰ্বাচনক লৈ বিজেপিৰ কুচকাৱাজ আৰম্ভ

🚨 "আজি নিৰ্বাচন হলে আমি ১২খন আসনত জিকাটো নিশ্চিত"- মুখ্যমন্ত্ৰী

🚨"বিপিএফ-ইউপিপিএল আমি কাৰো শত্ৰু নহয়"-দোতমাত জনসভাত ভাগলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

Address

Kahilipara
Guwahati
781034

Website

Alerts

Be the first to know and let us send you an email when Axom Khabar 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share